• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শুকুৰবাৰে গুৱাহাটীত স্প’ৰ্টষ্টাৰৰ প্ৰথম উত্তৰ-পূব ক্ৰীড়া সন্মিলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2021 8:17 pm
Sportstar to host first-ever Northeast Sports Conclave in Guwahati on Friday
125
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত প্ৰথমবাৰৰ বাবে উত্তৰ-পূব ক্ৰীড়া সন্মিলন আয়োজন কৰিব স্প’ৰ্টষ্টাৰে।

স্প’ৰ্টষ্টাৰে এক বিবৃতিত সদৰী কৰিছে যে বহু বক্তাই উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া পৰিৱেশ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়বোৰ সন্মিলনত আলোচনা কৰিব।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোৰ ক্ৰীড়া উন্নয়নৰ বাবে তেওঁৰ দৃষ্টিভংগী ভাগ বতৰা কৰিব। আনহাতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে মূল ভাষণ প্ৰদান কৰিব।

টকিঅ’ ২০২০ অলিম্পিকত ৰূপৰপদক বিজয়ী ভাৰোত্তোলক মীৰাবাই চানু আৰু ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লভলিনা বৰগোহাইনৰ উপস্থিতি এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ’ব।

সন্মিলনখনত উত্তৰ-পূবৰ ক্ৰীড়া আৰু আন্তঃগাঁথনিৰ ওপৰত এক পেনেল আলোচনাকে ধৰি বিভিন্ন কাৰ্যসূচী থাকিব।

উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত ক্ৰীড়াৰ বিষয়ে আলোচনা কৰিব অলিম্পিক আৰ্চাৰ জয়ন্ত তালুকদাৰ, বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক বিজয়ী বক্সাৰ সৰিতা দেৱী, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰধান প্ৰমোদ বড়ো আৰু মিজোৰাম ফুটবল এছ’চিয়েশ্যনৰ সম্পাদক টেটিয়া হমাৰে।

উত্তৰ-পূবক ভাৰতৰ ক্ৰীড়া কেন্দ্ৰ কেনেদৰে গঢ়ি তুলিব পাৰি সেই সন্দৰ্ভতো সন্মিলনখনত আলোচিত হ’ব।

ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ভাইচুং ভূটীয়া, ‘ছাই’ ৰ সঞ্চালক সতীশ কে সাৰহাদী, ভাৰতীয় হকী খেলুৱৈ কোঠাজিত সিং আৰু অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী এম চি মেৰীকমে তেওঁলোকৰ মতামত প্ৰকাশ কৰিব।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd