DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত কমিছে নাৰিকলৰ উৎপাদন, সেয়ে নাৰিকলৰ গছত উঠি ভাষণ দিলে এগৰাকী মন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2020 6:01 pm
coco2
327
VIEWS
Share on FacebookShare on Twitter

নাৰিকল উৎপাদনৰ বাবে বিখ্যাত দেশ খনত  এতিয়া লক্ষ্যণীয় ভাবে হ্ৰাস পাইছে নাৰিকলৰ উৎপাদন ।

এই কথাত চিন্তিত দেশ খনৰ নাৰিকল উন্নয়ন দপ্তৰৰ মন্ত্ৰী গৰাকী।

দেশবাসীক নাৰিকল উৎপাদনৰ মাত্ৰা হ্ৰাস পোৱাৰ কথা বুজাবলৈ এইবাৰ নিজেই নাৰিকল গছ  বগাই গ’ল মন্ত্ৰী মহোদয়।

মন্ত্ৰী যদিও গছ বগোৱাৰ অভ্যাস আছে তেওঁৰ।

coco1

গছ বগোৱাত পাকৈত লোকৰ দৰেই তেওঁ উঠি গ’ল নাৰিকল গছত।

গছৰ প্ৰায় আগ পোৱাৰ পিছতএইবাৰ মন্ত্ৰী মহোদয়ে আৰম্ভ কৰিলে তেওঁৰ ভাষণ।

দেশত কিয় নাৰিকলৰ উৎপাদন কমিছে সেয়া তেওঁ ভাষণত এপিনৰ পৰা কৈ গ’ল।

তেওঁ ক’লে যে দেশকত এতিয়া  প্ৰায় ৭০০ নিযুত নাৰিকলৰ উৎপাদন কমিছে।

ফলত বিদেশলৈ নাৰিকল ৰপ্তানিৰ ক্ষেত্ৰত বাধা আহি পৰিছে। দেশৰ উদ্যোগ সমূহত ব্যাপক হাৰত নাৰিকল ব্যৱহাৰ হোৱাৰ লগতে দেশখনৰ বাসিন্দা সকলে পূৰ্বতকৈ বেছি নাৰিকল খাবলৈ ধৰাৰ বাবেই চাহিদাতকৈ নাৰিকলৰ যোগান কমি যোৱা বুলিও তেওঁ কয়।

মন্ত্ৰীয়ে লগতে কয় যে নাৰিকলৰ উৎপাদন বঢ়াবলৈ আৰু অধিক মাটিত নাৰিকলৰ খেতি কৰিব লাগিব।

দেশত নাৰিকলৰ অভাৱ হোৱাৰ কথা হাতে কামে বুজাবলৈ নাৰিকল গছত উঠি ভাষণ দিয়া এই গৰাকী মন্ত্ৰী হৈছে শ্ৰীলংকাৰ নাৰিকল উন্নয়ন দপ্তৰৰ মন্ত্ৰী অৰুণডিকা ফাৰ্নাণ্ডো।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd