• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অসমৰ বৃহৎ সাফল্যঃ মহিলা খেলুৱৈৰ স্বৰ্ণ পদক জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2025 4:10 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অভূতপূৰ্ব প্ৰদৰ্শনেৰে অসমৰ মহিলা খেলুৱৈসকলে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাত অসমীয়া খেলুৱৈসকলে দুটা ঐতিহাসিক স্বৰ্ণ পদকসহ একাধিক পদক অৰ্জন কৰি উল্লেখযোগ্য কৃতিত্ব দেখুৱাইছে।

উল্লেখযোগ্য যে, ১৩ নৱেম্বৰ পৰা ১৬ নৱেম্বৰলৈ বাংগালুৰুত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসমৰ ২৫ জনীয়া দলে অংশ লয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ স্বীকৃতিপ্ৰাপ্ত ইণ্ডিয়ান পিকলবল এছ’চিয়েশ্যনৰ অধীনত কৰ্ণাটক পিকলবল এছ’চিয়েশ্যনে এই প্ৰতিযোগিতা আয়োজন কৰে। প্ৰতিযোগিতাত সমগ্ৰ দেশৰ পৰা ১১০০ গৰাকী খেলুৱৈয়ে ১২ বছৰ অনুৰ্দ্ধৰ পৰা ৭০ বছৰ উৰ্দ্ধলৈকে বিভিন্ন দলগত আৰু ব্যক্তিগত মুকলি ইভেণ্টত অংশগ্ৰহণ কৰে।

Apply Now

বিজয়ীসকলৰ তালিকা

সোণৰ পদক – ৩০ উৰ্ধৰ মহিলাৰ একক

অনাংষা আলোম্যান – ৰাষ্ট্ৰীয় চেম্পিয়ন

অনাংষাই ছেমিফাইনেলত মহাৰাষ্ট্ৰৰ শীৰ্ষ খেলুৱৈ প্ৰিয়ংকা মেহটাক ১১–৭ ব্যৱধানত পৰাস্ত কৰে। ফাইনেলতো বিজয়ী হৈ তেওঁ ৩০ উৰ্ধৰ মহিলাৰ এককত ৰাষ্ট্ৰীয় খিতাপ দখল কৰে।

 সোণৰ পদক – ১৬ বছৰ অনুৰ্দ্ধ ছোৱালী ডাবলছ

নায়ীম হুছেইন আৰু প্ৰাপ্তি বৰুৱা – ৰাষ্ট্ৰীয় চেম্পিয়ন

অসমীয়া এই দুগৰাকী যুৱ খেলুৱৈয়ে উৎকৃষ্ট সমন্বয় আৰু আত্মবিশ্বাস দেখুৱাই মধ্যপ্ৰদেশৰ আনশী সন্মানভি আৰু আশ্ৰীয়া সিঙক ১১–৩ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে।

দলগত ইভেণ্ট

 ১৬ বছৰ অনুৰ্দ্ধ ছোৱালী দল – ৰূপৰ পদক

প্ৰাপ্তি বৰুৱা, নায়ীম হুছেইন আৰু উৎপলাক্ষী শইকীয়াৰ দলটোৱে গ্ৰুপ পৰ্যায়ত মধ্যপ্ৰদেশক ২–০ আৰু তামিলনাডুক ২–১ ব্যৱধানত পৰাস্ত কৰে। ফাইনেলত মহাৰাষ্ট্ৰৰ হাতত ০–২ ব্যৱধানত পৰাজিত হলেও তেওঁলোকে গৌৰৱোজ্জ্বল ৰূপৰ পদক অৰ্জন কৰে।

৩০ উৰ্ধৰ মহিলাৰ দল – ব্ৰঞ্জৰ পদক

অনাংষা আলোম্যান, মনস্বিনী হাজৰিকা আৰু উপাসনা নাথৰ দলটোৱে কোৱাৰ্টাৰ ফাইনেলত গুজৰাটক ২–০ ব্যৱধানত পৰাস্ত কৰি চমক সৃষ্টি কৰে। ছেমিফাইনেলত মহাৰাষ্ট্ৰৰ হাতত পৰাজিত হৈ তেওঁলোকে ব্ৰঞ্জৰ পদক লাভ কৰে।

ব্যক্তিগত মুকলি ইভেণ্টত অসমৰ পদকসমূহ

সোণৰ পদক

৩০ উৰ্ধৰ মহিলাৰ একক – অনাংষা আলোম্যান

১৬ বছৰ অনুৰ্দ্ধ ছোৱালী ডাবলছ – নায়ীম হুছেইন আৰু প্ৰাপ্তি বৰুৱা

ৰূপৰ পদক

মহিলাৰ একক– উপাসনা নাথ

উপাসনাই ছেমিফাইনেলত প্ৰীতি কুমাৰীক ১১–৪ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে, যিটো এক সৰ্ব-অসম ফাইনেল হৈছিল।

ব্ৰঞ্জৰ পদক বিজয়ীসকল

৫০ উৰ্ধৰ মহিলাৰ একক – নাজনীন ৰহমান

তেওঁ কোৱাৰ্টাৰ ফাইনেলত বিগত বৰ্ষৰ ৰাষ্ট্ৰীয় চেম্পিয়ন কবিতা খান্নাক ১১–৭ ব্যৱধানত পৰাস্ত কৰি চমক প্ৰদৰ্শন কৰে।

৬০ উৰ্ধৰ পুৰুষৰ একক – টিকেন চন্দ্ৰ বসুমতাৰী

৩০ উৰ্ধৰ মহিলাৰ ডাবলছ – মনস্বিনী হাজৰিকা আৰু অনাংষা আলোম্যান

ইয়াৰ দ্বাৰা স্পষ্ট যে ২০২৪ ৰ ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অসমে এক বৃহৎ সাফল্য অর্জন কৰিছে আৰু অসমৰ মহিলা খেলুৱৈসকলৰ উজ্জ্বল প্ৰদৰ্শনে ৰাষ্ট্ৰীয় মঞ্চত পুনৰ ৰাজ্যখনক প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

June 25, 2026 2:28 pm
বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

June 25, 2026 2:28 pm
বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd