DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনী বতৰত ৰাজ্যৰ বাটে-ঘাটে এতিয়া কেৱল ওলাইছে টকা আৰু টকা

উত্তম শইকীয়া by উত্তম শইকীয়া
March 11, 2021 6:57 am
a toka
206
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনী বতৰত ৰাজ্যত যেন টকাৰ উজান উঠিছে।ফ্লায়িং স্কোৱাডৰ অভিযানত প্ৰতিদিনে সেয়ে অসমৰ বিভিন্ন স্থানত ৰাজপথৰ পৰা জব্দ হৈছে লাখে লাখে টকা।

বােকাখাতৰ মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ষ্টেটিক ছাৰ্ভিলেন্স টিম আৰু বোকাখাত আৰক্ষীয়ে  বোকাখাত নগৰৰ সমীপৰ লতাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথত চলোৱা তালাচী অভিযানত আঠ গৰাকী ব্যক্তিৰ পৰা মুঠ ১১,১৮,৮৪০ লাখ টকা জব্দ কৰে ৷

নীতি বৰ্হিভূত ভাৱে নিয়া এই ধন খিনি তাৎক্ষণিক ভাৱে জব্দ কৰিছে অভিযানকাৰী দলে ৷

কলিয়াবৰৰ পৰা ৰিদিপ শৰ্মা: কলিয়াবৰ আৰক্ষীৰ হাততো জব্দ  হৈছে বৃহৎ পৰিমাণৰ ধন। কলিয়াবৰ , উলুৱনী আৰু চুলং আৰক্ষীয়ে যুটীয়া ভাবে অভিযান চলাই জব্দ কৰে দহ লাখ উনাশী হাজাৰ টকা।

জানিব পৰা অনুসৰি ৩৭ নং(ক) ৰাষ্ট্ৰীয় ঘাইপথৰ চুলঙত আগন্তুক নিৰ্বাচন সন্দৰ্ভত নাকা তালাচী চলাই থকা অৱস্থাত চাৰিখন বাহনৰ পৰা জব্দ কৰে উক্ত ধনখিনি।

জব্দ কৃত বাহন ৪ খনৰ নম্বৰ ক্ৰমে : এ আৰ ০২ ৬০৭০ ৰ ইনভা, এছ ০২ চিচি ৫২৩৩ নম্বৰৰ এ চি বাহন ,এছ ০১ এম চি ০৭৫০ টাটা মোবাইল , আৰু এছ ০২ চিচি ২৫৮৯ ।

জব্দ হোৱা এই বৃহৎ পৰিমাণৰ ধন সন্দৰ্ভত উপযুক্ত প্ৰমাণ বাহন কেইখনৰ লোকে আৰক্ষীক বৰ্তমান সময়লৈকে দিব নোৱাৰাত আৰক্ষীয়ে কলিয়াবৰ মহকুমাৰ দণ্ডাধীশৰ উপস্থিতিত কলিয়াবৰ কোষাগাৰত ধন খিনি  জমা ৰাখে।

আৰক্ষীয়ে বাহন কেইখন জব্দ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd