• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বন্ধ হ’ব এছ বি আইৰ শাখা, গ্ৰাহকৰ বাবে খোলা হ’ব ই-কৰ্ণাৰ ! সংসদত কি উত্তৰ দিলে চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2020 2:04 pm

1 min read

SBI

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

40.1k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে দেশত ভাৰতীয় ষ্টেট বেংকৰ শাখা সমূহ বন্ধ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে ই-কৰ্ণাৰ স্থাপন কৰাৰ কথা ভাবিছে।

কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী অনুৰাগ ঠাকুৰে সংসদত লিখিত উত্তৰত ষ্টেট বেংকৰ শাখা সমূহ বন্ধ কৰাৰ কথা উল্লেখ কৰে যাৰ ফলত অতিৰিক্ত কৰ্মীৰ সংখ্যা হ্ৰাস পাব।

‘‘ষ্টেট বেংক অব ইণ্ডিয়াত বৰ্তমান ২.৫ লাখ কৰ্মচাৰী আছে আৰু ২০২১ চনৰ মাৰ্চ মাহলৈ এই সংখ্যা হ্ৰাস নহয়। সেয়েহে বেংকৰ শাখা সমূহ বন্ধ কৰাৰ পৰিকল্পনা নাই কেবল ইয়াক ই-কৰ্ণাৰলৈ ৰূপান্তৰহে কৰা হ’ব,’’ ঠাকুৰে কয়।

সংসদত এগৰাকী সাংসদে চৰকাৰে বেংক শাখা সমূহ বন্ধ আৰু ই-কৰ্ণাৰ স্থাপনৰ বাবে কি পৰিকল্পনা গ্ৰহণ কৰিছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ঠাকুৰে এনেদৰে কয়।

সাংসদ গৰাকীয়ে চৰকাৰে ২০২১ চনৰ মাৰ্চলৈ ১৬ লাখ কৰ্মী হ্ৰাস কৰিব নেকি বুলিও এক প্ৰশ্ন কৰে।

এছ বি আইৰ জানুৱাৰি মাহত প্ৰকাশিত এক তথ্যত ২০২০ বিত্তীয় বৰ্ষত দেশত মুঠ ১৬ লাখ পেৰোল সৃষ্টি হ’ব।

‘‘২০২০ বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতি ৫ শতাংশ হাৰত বৃদ্ধি হ’ব বুলি ধাৰণা কৰা হৈছে। বৰ্তমানৰ লেহেমীয়া অৰ্থনৈতিক উন্নয়ণে পেৰোল ক্ৰিয়েশ্যনত প্ৰভাৱ পেলাইছে। ই পি এফ অ’ ডাটা অনুসৰি ২০১৯ বিত্তীয় বৰ্ষত ভাৰতে মুঠ ৮৯.৭ লাখ নতুন পেৰোল সৃষ্টি কৰিছে,’’ এছ বি আইৰ তথ্যত প্ৰকাশ।

Recent News

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd