• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনক লৈ সাজু নিৰ্বাচন আয়োগ; কেইবাটাও নতুন তথা গুৰত্বপূৰ্ণ ঘোষণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 27, 2019 11:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনক লৈ সাজু নিৰ্বাচন আয়োগ। আজি মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহু আৰু অতিৰিক্ত নিৰ্বাচনী বিষয়া বিবেকানন্দ ফুকনে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়া চাহুৱে কয় যে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে বিজ্ঞাপন বাতৰি কাকত নাইবা টেলিভিচনত প্ৰকাশ কৰাৰ পূৰ্বে নিৰ্বাচনী আয়োগে গঠন কৰি দিয়া Media Certification Monitoring Committeeৰ পৰা প্ৰমাণ পত্ৰ ল’ব লাগিব। সেই একেই ব্যৱস্থা ৰাজ্যিক পৰ্যায়তো থাকিব বুলি চাহুৱে কয়।

Apply Now

অৱশ্যে দুয়োখন কমিটিয়ে কোনো প্ৰাৰ্থী অথবা ৰাজনৈতিক দলক যদি প্ৰমাণ পত্ৰ নিদিয়ে তেন্তে কিয় প্ৰমাণ পত্ৰ দিয়া নহ’ল, সেই বিষয়ে আবেদনৰ জৰিয়তে জানিব পাৰিব বুলি মুখ্য নিৰ্বাচনী গৰাকীয়ে উল্লেখ কৰে।

লগতে মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে বিজ্ঞাপন গ্ৰহণ কৰাৰ ক্ষেত্ৰত ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমক সাবধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। লগতে এইবাৰ পেইড নিউজৰ বিৰুদ্ধেয়ো নিৰ্বাচন আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে উল্লেখ কৰে।

তাৰোপৰি ভোটিং মেচিনৰ ক্ষেত্ৰত কিছু নতুনত্ব অনা হ’ব বুলি উল্লেখ কৰি চাহুৱে কয়, ‘এইবাৰ প্ৰত্যেক পোলিং ষ্টেশ্ব্যনত নিৰ্বাচনী আয়োগে ভি.ভি.পেড(Voter Verifiable Paper Audit trail) ব্যৱহাৰ কৰিব। পূৰ্বতে বেলট য়ুনিট আৰু কনট্ৰ’ল য়ুনিট আছিল। এইবাৰৰ পৰা এটা ভিভিপেড নামৰ নতুন মেচিন থাকিব আৰু ইয়াক বেলট য়ুনিটৰ লগত ৰখা হ’ব।‘

ভিভিপেডযুক্ত ই.ভি.এমৰ ব্যৱহাৰৰ সম্পৰ্কত চাহুৱে সংবাদমেলত কয় ‘ভিভিপেড মেচিনটোৰ পৰা এখন কাগজ প্ৰিন্ট হ’ব, সেই কাগজত প্ৰাৰ্থীৰ ক্ৰমিক নম্বৰ, নাম, আৰু তেওঁৰ প্ৰতীক প্ৰিন্ট হৈ যাব, সেই প্ৰিন্ট পেপাৰখন বেলট বাকচত পৰি যাব। মেচিনটোত এখন কাচৰ খিৰিকী থাকিব, সেই খিৰিকীৰে ভোটাৰসকলে কাক ভোটদান কৰিলে সেইটো ৭ চেকেণ্ডৰ বাবে চাব পাৰিব।‘

আজিৰ সংবাদমেলতে চাহুৱে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী খৰচৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি কয়। তেওঁ কয় যে কোনো ৰাজনৈতিক দল অথবা প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবদ খৰচ কৰা টকাৰ সঠিক হিচাপ নিৰ্বাচনী আয়োগৰ হাতত জমা দিব লাগিব। এই ক্ষেত্ৰত কোনো বিসংগতি থাকিলে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও চাহুৱে কয়।

আনহাতে ভোটাৰসকলৰ সুবিধাৰ্থে নিৰ্বাচনী আয়োগে এইবাৰ সমগ্ৰ ভাৰততে চি-ভিজিল নামৰ মোবাইল এপৰ সেৱা আৰম্ভ কৰিছে বুলি জানিবলৈ দি তেওঁ সংবাদেলত কয় ‘এই এপৰ জৰিয়তে সাধাৰণ জনসাধাৰণে নিৰ্বাচনী নীতি উলংঘা হোৱা দেখিলে আপত্তি দৰ্শাব পাৰিব। নিৰ্বাচনী হিংসা বা অনিয়ম হৈ থকা দেখা পালে এই এপৰ জৰিয়তে ফটো তুলি আপল’ড কৰিব পাৰিব।‘

ইয়াৰোপৰি ভোটাৰ হেল্পলাইন নামৰ মোবাইল এপৰ জৰিয়তে ভোটাৰসকল সন্মুখীন হোৱা বিভিন্ন অসুবিধা তথা সমস্যাসমূহৰ সমাধান বিচাৰি পাব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd