• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰৰ সংবাদমেল

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
March 23, 2022 1:25 pm
Guwahati municipal election
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত আজি এক সংবাদ মেল সম্বোধন কৰে ৰাজ্যৰ নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে।

সংবাদমেলত আয়ুক্ত গৰাকীয়ে কৰা ঘোষণা অনুসৰি নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৩০ মাৰ্চ ধাৰ্য কৰা হৈছে।

Apply Now

সেইদৰে মনোনয়ন প্ৰত্যাহাৰৰ সময় সীমা ৪ এপ্ৰিল ধাৰ্য কৰা হৈছে।

১৯ এপ্ৰিলৰ পুৱা ৭:৩০ ৰ পৰা ৪:৩০ বজালৈ ৭৮৯ টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব আৰু ২১ এপ্ৰিলত ভোট গণনা কৰা হ’ব বুলি ঘোষণা কৰিছে আয়ুক্ত গৰাকীয়ে।

নিৰ্বাচনত মুঠ ৭,৯৬,৮২৯ গৰাকী ভোটাৰে প্ৰাৰ্থীৰ ভাগ্য নিৰূপণ কৰিব। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৩,৯৬,৮৯১ জন। আনহাতে মহিলা ভোটাৰ ৩,৯৯,৯১১ গৰাকী আৰু তৃতীয় লিঙ্গৰ ভোটাৰ ২৭ গৰাকী।

আনহাতে নিৰ্বাচনত ৫০ শতাংশ আসন মহিলাৰ বাবে আসন সংৰক্ষণ কৰা হৈছে।

অনুসূচিত জাতিৰ ক্ষেত্ৰত ৪ টা ৱাৰ্ড সংৰক্ষণ কৰা হৈছে। ইয়াৰে ৬, ৯ নং ৱাৰ্ড মহিলাৰ বাবে আৰু ১৯, ৩১ নং ৱাৰ্ড পুৰুষৰ বাবে সংৰক্ষিত।

অনুসূচিত জনজাতিৰ বাবে ৩ টা ৱাৰ্ড সংৰক্ষণ কৰা হৈছে। পুৰুষৰ বাবে ২৭ নং ৱাৰ্ড আৰু মহিলাৰ বাবে ২৩, ৫১ নং ৱাৰ্ড সংৰক্ষিত থাকিব।

নিৰ্বাচনী প্ৰচাৰৰ বাবে একোজন প্ৰাৰ্থীয়ে ২.৫০ লাখ টকা খৰচ কৰিব পাৰিব।

ভোটগ্ৰহণত ইভিএম ব্যৱহাৰ কৰা হ’ব বুলি সংবাদ মেলত আয়ুক্ত আলোক কুমাৰে জানিবলৈ দিয়ে।

কোভিডৰ বাবে কোনো নিষেধাজ্ঞা নাই যদিও মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব মানি চলিব লাগিব বুলি তেওঁ লগতে উল্লেখ কৰে।

আজিৰে পৰা নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছে।

নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈকে কোনোধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd