• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত গা লৰিল: কাছাৰ আৰু নগাঁও কাগজ কলৰ বাবে ৩৭৫ কোটি টকাৰ অনুমোদন ৰাজ্য চৰকাৰৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
March 23, 2022 11:59 am
Cachar and Nagaon paper mills
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনীয়া আন্দোলন আৰু কেইবাজনো কৰ্মচাৰীৰ মৃত্যুৰ পিছত কাছাৰ আৰু নগাঁও কাগজ কলৰ ক্ষেত্ৰত অৱশেষত শুভবুদ্ধিৰ উদয় হ’ল ৰাজ্য চৰকাৰৰ। আজি ৰাজ্যিক কেবিনেটে কাগজ কল দুটাৰ বাবে ৩৭৫ কোটি টকাৰ অনুমোদন জনায়।

কাছাৰ আৰু নগাঁও কাগজ কল দুটা ৩৭৫ কোটি টকাত লিজত লৈছে ৰাজ্যৰ উদ্যোগ বিভাগে।

Apply Now

আনহাতে কাগজ কল দুটাৰ ১০০ কৰ্মচাৰীক ৩ মাহৰ ভিতৰত বকেয়া ধন আদায় দিয়া হ’ব বুলিও সিদ্ধান্ত লয় কেবিনেটে।

এতিয়াৰে পৰা দুইটা কাগজ কলৰ মালিক হ’ব ৰাজ্য চৰকাৰ।

কেবিনেট বৈঠকৰ অন্তত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই এক সংবাদমেল যোগে এই কথা সদৰি কৰিছে।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া ৭ টা জৈৱ সংবেদনশীল অঞ্চল থাকিব বুলি ঘোষণা কৰা হৈছে।

সেইকেইটা হৈছে ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাঘ সংৰক্ষণ অঞ্চল, বুঢ়াচাপৰি সংৰক্ষিত এলেকা, লাওখোৱা বন্যপ্ৰাণী সংৰক্ষিত এলেকা, গৰমপানী বন্যপ্ৰাণী সংৰক্ষিত এলেকা, নামবৰ গুৰুঙ বন্যপ্ৰাণী সংৰক্ষিত এলেকা, পূৱ কাৰ্বিআংলং বন্যপ্ৰাণী সংৰক্ষিত এলেকা, উত্তৰ কাৰ্বি আংলং বন্যপ্ৰাণী সংৰক্ষিত এলেকা।

কাজিৰঙাৰ ১১ টা স্থান ৰিজাৰ্ভ ফৰেষ্ট হিচাপে থাকিব বুলিও মন্ত্ৰী পিযুষ হাজৰিকাই সংবাদমেলত জানিবলৈ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ গাইডলাইন মানি এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

কেবিনেটৰ সিদ্ধান্ত মৰ্মে নুমলীগড় এলেকাক ইক’ চেনচিটিভ জ’নৰ আওতাৰ পৰা মুকলি কৰি দিয়া হৈছে। গতিকে অঞ্চলটোত এতিয়াৰে পৰা উন্নয়নমূলক কাম-কাজ কৰিব পাৰিব বুলি পিযুষ হাজৰিকাই উল্লেখ কৰে।

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৯ টা এনিমেল কৰিডৰ থাকিব বুলি ঘোষণা কৰা হৈছে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd