• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 17, 2019 10:08 am

1 min read

16-06-19 Majuli- CM at Sati Radhika Shanti Diwas (1)

ফটো : য়ু বি

896
VIEWS
Share on FacebookShare on Twitter

গুৰু জনাৰ আদৰ্শৰে আমি বৃহত্তৰ অসমীয়া সমাজখনক শক্তিশালী ৰূপত গঢ় দিব লাগিব। সতী ৰাধিকা শান্তিৰ আদৰ্শক আমি নৱ প্ৰজন্মৰ মাজলৈ লৈ যাব লাগিব। এইগৰাকী মহিয়সী নাৰীৰ আদৰ্শক জীয়াই ৰাখিবলৈ ৰাজ্য চৰকাৰে মাজুলীত এখন সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ গঢ় দিব’। দেওবাৰে মাজুলীত মুখ্য মন্ত্ৰী সোণোৱালে এই মন্তব্য কৰে।

মাজুলীৰ দয়াপাৰস্থিত মাজুলী মহাবিদ্যালয় খেলপথাৰত মাজুলী জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু জিলাখনৰ অনুসূচিত জাতিৰ জনসাধাৰণে আয়োজন কৰা সতী ৰাধিকা দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত থকা মুখ্য মন্ত্ৰী সোণোৱালে কয় যে সতী ৰাধিকা হ’ল সততা, নিষ্ঠা, ধৈৰ্য, শান্তি আৰু সাহসিকতাৰ প্ৰতীক।

ইয়াৰ উপৰি সতী ৰাধিকাৰ আদৰ্শৰ আধাৰত সমাজখন শক্তিশালী কৰিব লাগিব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। সতী ৰাধিকাৰ আদৰ্শৰে উদ্বুদ্ধ হৈ অনুসূচীত জাতিৰ সৰ্বাংগীন উন্নয়নৰ আবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি যাব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

উক্ত অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, বিধায়কদ্বয় বিমল বৰা আৰু দেৱানন্দ হাজৰিকাৰ লগতে আন বহুতো গণ্য মান্য লোক উপস্থিত থাকে।

Recent News

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd