• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এমহীয়া চৰকাৰৰ হাতত নাই ধন; পণ কৰিও পুঁজিৰ অভাৱত ৰাইজৰ ধনেৰেই দুৰ্গতৰ কল্যাণ

মুখ্য মন্ত্ৰীৰ ভাষ্যতেই ওলাল এমহীয়া চৰকাৰৰ এটা স্বৰূপ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 10, 2021 2:45 pm
Himanta Sarkar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়াত এষাৰ কথা আছে ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন।‘ বাতৰিটোৰ আৰম্ভণিতে আমি এটা কথা পাঠক ৰাইজৰ জ্ঞাতাৰ্থে জনাই লৈছো যে আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৰাইজে ধন আগবঢ়োৱা কাৰ্য্যৰ বিৰোধিতা এই বাতৰিৰ জৰিয়তে কৰিব খোজা নাই।

কিন্তু এমহীয়া চৰকাৰৰ হাতত যে ধন নাই সেই কথাৰ এক জলন্ত উদাহৰণ পোৱা গ’ল মুখ্যমন্ত্ৰীৰ ভাষ্যত। পণ কৰিও পুঁজিৰ অভাৱত ৰাইজৰ ধনেৰেই যে দুৰ্গতৰ কল্যাণ কৰিব ওলাইছে সেই কথা প্ৰমাণ পোৱা গ’ল মুখ্যমন্ত্ৰীৰ ভাষ্যত।

Apply Now

পুঁজিৰ অভাৱৰ কথা নিজ মুখে স্বীকাৰ নকৰিলেও নিধিৰাম চৰ্দাৰৰূপী চৰকাৰৰ ৰাজকোষ যে উদং সেই কথা প্ৰমাণিত হৈছে। তথাপি যেন টিঙৰ পৰা নানামে চৰকাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিশু সেৱা আঁচনিও পৰিচালনা হয় অসমৰ ৰাইজৰ ধনেৰে।

বৰ্তমানো ৰাজ্যত অপৰিৱৰ্তিত ৰূপত চলি আছে ক’ৰ’নাৰ ত্ৰাস। এই কোভিড বিৰোধী যুঁজত জয়ী হৈ যাতে কোভিডক সম্পূৰ্ণৰূপে নিঃশেষ কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে ধন আগবঢ়াইছে অসমৰ ৰাইজে।

কিন্তু কোভিড পৰিস্থিতিৰ যৱণিকা পৰাৰ আগে আগেই সেই ধন চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নয়ন বা কোভিড সম্পৰ্কীয় অন্যান্য কাম-কাজত খৰচ নকৰি ৰাইজে আগবঢ়োৱা ধন ৰাইজৰ বাবেই সাহায্য হিচাপে আগবঢ়ালে এইখন বিজেপি চৰকাৰে।

অৰ্থ্যাৎ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা ধন অনাথ শিশু আৰু কোভিডত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা বিধৱা মহিলালৈ সাহায্য হিচাপে আগবঢ়ালে এইখন চৰকাৰে।

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয়, ‘যিখিনি সাহায্য অসমবাসী ৰাইজৰ পৰা লাভ কৰা হৈছিল সেইখিনিৰ ৫০ কোটি টকা ইতিমধ্যে ভেকচিনৰ নামত খৰচ কৰা হৈছে আৰু বাকীখিনি অনাথ শিশুসকলক সাহায্য প্ৰদান আৰু বাকীখিনি কোভিডত আক্ৰান্ত হৈ স্বামীক হেৰুওৱা মহিলাসকলক প্ৰদান কৰা হ’ব।‘

অথচ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ সপ্তম বৰ্ষপুৰ্তি উপলক্ষে এই মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিৰ শুভাৰম্ভ কৰিছিল এইখন চৰকাৰে। কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে চৰকাৰৰ ৰাজকোষৰ পৰা এই ধনৰ আবন্টন কৰিব পৰা ক্ষমতা এমহীয়া চৰকাৰৰ হাতত নাই।

তাৎপয্যপূৰ্ণভাৱে ৰাজকোষ উদং হোৱাৰ পাছতো চৰকাৰৰ শিক্ষা বিভাগে যোৱা ৮ জুনৰ দিনা চাৰিটাকৈ অভিলাষী বঁটা ঘোষণা কৰিছিল। য’ত নেকি অসম ৰত্ন বঁটাত ৫লাখ টকা আগবঢ়োৱাৰ বিপৰীতে অসম বিভূষণ বঁটাত ৩লাখ টকা, অসম ভূষণ বঁটাত ২লাখ টকা আৰু অসমশ্ৰী বঁটাত থাকিব ১লাখ টকা।

এমহীয়া চৰকাৰখনৰ এয়া যে ‘ঋণং কৃত্বা ঘৃতং পীবেৎ’ স্বৰূপ এই কথা মুখ্যমন্ত্ৰীৰ নিজৰ বক্তব্যৰ জৰিয়তে প্ৰকাশ পাইছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd