• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শিল্পীৰ প্ৰতিবাদৰ মাজতেই ৰাজ্য চৰকাৰৰ টোপ; ৫০,০০০ টকাকৈ দিব এককালীন সাহায্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 18, 2019 9:11 am

1 min read

Barasa-Rani-Bishaya-

প্ৰতিনিধিত্বমূলক চিত্ৰ

641
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইনক লৈ শিল্পী সমাজে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ সময়তে অসমৰ ২০০০ শিল্পী তথা কলা-কুশলীক ৫০ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেই মঙলবাৰে এই কথা জানিবলৈ দিয়ে। এই আঁচনি ৰূপায়ণৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে সাংস্কৃতিক বিভাগক নিৰ্দেশ দিয়া বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।

ৰাজ্য চৰকাৰে ‘শিল্পী সম্বৰ্ধনা’ আৰু ‘ভ্ৰাম্যমান থিয়েটাৰ শিল্পী আৰু কলা-কুশলী আঁচনি’ নামৰ দুখন আঁচনিৰ জৰিয়তে মুঠ ২ হাজাৰ শিল্পীক এই সাহায্য প্ৰদান কৰিব।

লোক-সংস্কৃতি চহকী কৰা ৰাজ্যৰ নাগাৰানাম, ওজাপালিৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ লোক শিল্পীসকলক ‘শিল্পী সম্বৰ্ধনা’ আঁচনিয়ে সামৰি ল’ব। আনহাতে দেশৰ ভিতৰতে ব্যতিক্ৰম তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্যতম ধ্বজাবাহক ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলী সকলক সামৰি ল’ব ‘ভ্ৰাম্যমান থিয়েটাৰ শিল্পী আৰু ক’লা-কুশলী আঁচনি’য়ে।

উল্লেখ্য যে লোক-সংস্কৃতিক চহকী কৰা ৰাজ্যৰ ১,০০০ শিল্পী আৰু ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ ১,০০০ কলা-কুশলী মুঠ ২,০০০ গৰাকী ব্যক্তিক তেখেতসকলৰ উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে এই আঁচনি হাতত লোৱা হৈছে বুলি মুখ্য মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে উল্লেখ কৰিছে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd