• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণ সন্দৰ্ভত ৰাজ্যিক কৰ্মশালা

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
January 19, 2019 5:29 pm
Dibrugarh

প্ৰতীকী ছবি। সৌজন্য: hubpages.ocm

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধঁপাত নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা নতুন দিল্লীৰ ‘কনজিউমাৰ ভয়ছ’ আৰু অসমৰ ‘কনজিউমাৰচ লীগেল প্ৰটেকচন ফ’ৰাম’ৰ উদ্যোগত শনিবাৰে ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত হয়।

ধঁপাত ব্যৱহাৰৰপৰা যুৱ প্ৰজন্মক কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই উদ্দেশ্যেৰে আয়োজিত কৰ্মশালাখনত উপস্থিত থাকি ‘কনজিউমাৰচ লীগেল প্ৰটেকচন ফ’ৰাম’ৰ সচিব অধিবক্তা অজয় হাজৰিকাই শেহতীয়াভাৱে ডিব্ৰুগড়, যোৰহাট আৰু গুৱাহাটীত চলোৱা এক সমীক্ষাৰ আঁত ধৰি কয় যে ডিব্ৰুগড় চহৰত ধঁপাত নিয়ন্ত্ৰণ আইন মুকলিভাৱে উলংঘা হৈছে।

Apply Now

চহৰখনত ধঁপাত বিক্ৰী কৰা ৬৭% দোকানতেই নাই বাধ্যতামূলকভাৱে থাকিবলগীয়া ধঁপাত বিক্ৰী সম্পৰ্কীয় সতৰ্কতামূলক জাননী। প্ৰতিখন দোকানতে ধঁপাতজাত সামগ্ৰীসমূহ গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰাকৈ মুকলিমূৰীয়াভাৱে ৰখা হয়। ৫০% দোকানত ধঁপাতজাত সামগ্ৰীৰ বিজ্ঞাপন আঁৰি থোৱা আছে। ৩৩% দোকানেই পেকেটৰ পৰা উলিয়াই খোলাকৈ চিগাৰেট বিক্ৰী কৰে। ৮৭% দোকানেই ধঁপাতজাত সামগ্ৰীৰ লগতে চকলেট, চিপছ আদি বিক্ৰী কৰে, যাৰ ফলত কিশোৰসকল এনে দোকানসমূহলৈ আহে।

ধঁপাতজাতীয় সামগ্রী বিক্ৰী কৰা দোকানৰ বাবে পৌৰ নিকায় নিগমৰ জৰিয়তে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰি ধঁপাত জাত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিবলৈ ২০১৭ চনৰ ছেপ্টেম্বৰ মাহতেই কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক দিয়া কঠোৰ নিৰ্দেশ আজি পৰ্যন্ত কাৰ্যকৰী নকৰিলে অসম চৰকাৰে, অভিযোগ সংস্থাকেইটাৰ।

যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰপৰা কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই বিষয়ে কৰ্মশালাত অসম মেডিকেল কলেজৰ অধ্যাপক ডাঃ সীমান্ত মাধৱ বৰুৱা, ডিব্ৰুগড় জিলাৰ ধঁপাত নিয়ন্ত্ৰণ কোষৰ নদাল বিষয়া ডাঃ ৰিক্তম বৰগোহাঁই আৰু ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উদয়ন বৰুৱাই বিস্তৃতভাৱে আলোচনা আগবঢ়ায়।

ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৌৰ নিকায় নিগমৰ ভূমিকা সন্দৰ্ভত ডিব্ৰুগড় পৌৰ সভাৰ উপ সভাপতি মুকুল চন্দ্ৰ ডেকাই মতামত আগবঢ়ায়।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত ধঁপাত ব্যৱহাৰ পূৰ্বৰ তুলনাত ৬% হ্ৰাস পোৱাৰ বিপৰীতে অসমত ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা ৯% বৃদ্ধিহে পাইছে।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd