• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত কৰ’নাৰ প্ৰকোপ বৃদ্ধি; নতুনকৈ আক্ৰান্ত ৩৫২গৰাকী, এগৰাকীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2021 6:45 am
Covid-test-image-1-1

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ক’ৰনাৰ সংক্ৰমণৰ গতি উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ লৈছে। কৰ’নাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱা ৰাজ্যখনত দেওবাৰে নতুনকৈ ৩৫২ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে, ৰাজ্যখনত কৰ’নাত এগৰাকী লোকৰ মৃত্যু হৈছে। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকগৰাকী লখিমপুৰৰ।

Apply Now

দেওবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাতে কৰ’নাত আক্ৰান্ত হৈছে ১৮৬ গৰাকী লোক। সেইদৰে, আন জিলাসমূহৰ ভিতৰত ডিব্ৰুগড় জিলাত ২৩ গৰাকী, নগাঁও জিলাত ১৮ গৰাকী আৰু তিনিচুকীয়াত ১৭গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।

ৰাজ্যখনত এই দিনটোত মুঠ ৭৩,৩২৯গৰাকী লোকৰ কৰ’না টেষ্ট কৰা হৈছিল। সেইদৰে, এই দিনটোত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ৩৬গৰাকী।

ৰাজ্যখনত এতিয়া সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ১,৯০২গৰাকী।

আনহাতে, ৰাজ্যখনত শনিবাৰে ৪০৫ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

সেই দিনটোত কৰ’নাত ২গৰাকী লোকৰ মৃত্যু হৈছিল। ইয়াৰে এগৰাকী আছিল বাক্সা জিলাৰ আৰু এগৰাকী কামৰূপ মহানগৰ জিলাৰ।

শনিবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাতে কৰ’নাত আক্ৰান্ত হৈছে ১৪৫ গৰাকী লোক। সেইদৰে, কামৰূপ গ্ৰাম্য জিলাত ২৮ গৰাকী, বৰপেটা জিলাত ২৩ গৰাকী আৰু ডিব্ৰুগড়ত ২৩ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।

সেইদৰে, ৰাজ্যখনত শুকুৰবাৰে  ২৮১ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

শুকুৰবাৰৰ দিনটোত কৰ’নাত ৩গৰাকী লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰে ২গৰাকী আছিল কাছাৰৰ আৰু এগৰাকী যোৰহাটৰ।

শুকুৰবাৰে অকল কামৰূপ মহানগৰ জিলাতে কৰ’নাত আক্ৰান্ত হৈছিল ১৫৩ গৰাকী লোক। সেইদৰে, নগাওঁ জিলাত ১২ গৰাকী, যোৰহাট জিলাত১১গৰাকী আৰু শোণিতপুৰত ১০ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

সেইদৰে, বৃহস্পতিবাৰে ৰাজ্যখনত  ২৪৫ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল আৰু এগৰাকী লোকৰ মৃত্যু হৈছিল।

বৃহস্পতিবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাত কৰ’নাত আক্ৰান্ত হৈছিল ১২৮ গৰাকী লোক। সেইদৰে, কামৰূপ গ্ৰাম্য জিলাত ২৮ গৰাকী লোক আক্ৰান্ত হৈছিল।

সেই দিনটোত ডিব্ৰুগড়ত ২৬ গৰাকী, তিনিচুকীয়াত ১০ গৰাকী; হোজাই জিলাত ৯ গৰকী; শিৱসাগৰ, গোলাঘাট, কৰিমগঞ্জ, বঙাইগাঁৱত ৬ গৰাকীকৈ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

সেইদৰে, কাছাৰ, শোণিতপুৰ, নগাঁও আৰু যোৰহাটত ৫ গৰাকীকৈ লোক আক্ৰান্ত হোৱাৰ লগতে বজালী জিলাত আক্ৰান্ত হৈছিল ২গৰাকী লোক।

ৰাজ্যখনত আৰম্ভণিৰে পৰা এতিয়ালৈকে মুঠ কৰ’নাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ২,২০,২১০ গৰাকী। সেইদৰে কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ১,১১৮গৰাকী। এতিয়ালৈকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে মুঠ ২,১৫,৯৪৩ গৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd