• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফ্ৰী Wi-Fi কলিং কিদৰে কৰিব?

Nenow এন ই নাও নিউজ
গুৱাহাটী , March 18, 2020 4:32 pm

1 min read

Android Phone

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

10.5k
VIEWS
Share on FacebookShare on Twitter

টেলিকম কোম্পানি এয়াৰটেলে সমগ্ৰ দেশতে ৱাই-ফাই কলিং সেৱা আৰম্ভ কৰিছে।

জম্মু-কাশ্মীৰৰ বাহিৰে দেশৰ বাকী সকলো অংশতে কোম্পানিটোৱে এই সেৱা আগবঢ়াইছে।

সম্পূৰ্ণ বিনামূলীয়া এই সেৱাৰ বাবে আপোনাক বিশেষ এপ বা আহিলাৰ প্ৰয়োজন নাই।

তলৰ চাৰিটা কাম কৰি আপুনি এয়াৰটেলৰ ৱাই-ফাই ভইচ কলিং আৰম্ভ কৰিব পাৰে।

  • আপোনাৰ ফোনটোৱে চাপ’ৰ্ট কৰেনে?

আপুনি airtel.in/wifi-calling ৱেবছাইটত গৈ আপোনাৰ ফোনটোৱে এই সেৱা চাপ’ৰ্ট কৰেনে নাই চাব পাৰে।

বৰ্তমান ১৬টা ব্ৰেণ্ডৰ ১০০টাতকৈয়ো অধিক ফোনে এই সেৱা চাপ’ৰ্ট কৰে।

  • অ’ এছ আপডেট কৰক—

আপোনাৰ ফোনৰ অপাৰেটিং ছিষ্টেম আপডেট কৰি ফোনটোত উপলব্ধ শেহতীয়াতম সুবিধাসমূহ ল’ব পাৰে। এই আপডেটত ৱাই-ফাই কলিং চাপ’ৰ্ট কৰাৰ সুবিধাও থাকিব পাৰে।

  • VoLTE অন ৰাখিব—

ফোনটোত VoLTE অন ৰাখিব। ইয়াক অন ৰখাৰ ফলত আপোনাৰ ফোনটো এয়াৰটেল ৱাই-ফাই কলিং আৰু VoLTEৰ মাজত চলি থাকিব।

  • ৱাই-ফাই কলিং অন কৰক—

ফোনৰ ছেটিঙত গৈ তাৰ পিছত ম’বাইল ডেটা, ছিম কাৰ্ড ছেটিঙলৈ যাওক আৰু এয়াৰটেল ছিম কাৰ্ড বাচনি কৰি ৱাই-ফাই কলিং অন কৰক।

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd