• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত ধুমুহাত বিস্তৰ ক্ষতি, ক্ষতিপূৰণ দাবীৰে উপায়ুক্তক স্মাৰকপত্ৰ আছুৰ

Nenow নিৰ্মলেন্দু পাঠক
টীয়ক , April 17, 2020 4:54 pm

1 min read

Storm wreaks havoc in Jorhat's Teok, AASU demands compensation

আছুৰ স্মাৰকপত্ৰৰ ছবি।

870
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৫ এপ্ৰিলত তীব্ৰবেগী ধুমুহাই টীয়কত কৰা বিস্তৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ক্ষতিপূৰণ দাবীৰে আছুৱে যোৰহাট জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰিছে।

টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰণ্টু ভূঞা, সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱব্ৰত শইকীয়া, সাধাৰণ সম্পাদক কংকুল বৰুৱাৰ স্বাক্ষৰিত স্মাৰকপত্ৰখন টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাৰ যোগেদি উপায়ুক্তলৈ প্ৰেৰণ কৰা হৈছে।

ধুমাহাজাকত উজনি অসমৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ বৃহত্তৰ টীয়ক অঞ্চলৰ বহু পৰিয়াল, স্কুল–কলেজৰ ব্যাপক ক্ষতিসাধন হৈছে।

স্মাৰকপত্ৰখনিত উল্লেখ থকা অনুসৰি প্ৰচণ্ড ধুমুহাই টীয়ক ৰাজহ চক্ৰৰ অধীনৰ বহু লোকৰ ঘৰ, কেইবাখনো বিদ্যালয়–মহাবিদ্যালয়ৰ ব্যাপকভাৱে ক্ষতিসাধন কৰিছে।

তাৰোপৰি জগদুৱাৰ সোণাৰী গাঁৱৰ ৰঞ্জিত হাজৰিকা নামৰ এজন ব্যক্তিৰ ঘৰ ধুমুহাই ভঙাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হৈছে।

আর্থিকভাৱে পিছপৰা লোকজনক চিকিৎসকে অহা ৬ সপ্তাহলৈ বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছে।

এই ব্যক্তিগৰাকীৰ লগতে বৃহত্তৰ টীয়ক অঞ্চলৰ ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তৎকালীনভাৱে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ ছাত্ৰ সংগঠনটোৱে দাবী জনাইছেl

Recent News

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd