• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 4, 2022 7:52 pm
120
VIEWS
Share on FacebookShare on Twitter

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱত  অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট লেখিকা নবনীতা হাজৰিকাৰ ‘বহুজন বহুৰূপ ‘ শীৰ্ষক গল্প সংকলনখন উন্মোচন কৰা হয় ৷

এই উপলক্ষে প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিৎ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত উপ আৰক্ষী মহাপৰিদৰ্শক তথা সাহিত্যিক চৈয়দ আতাউল কৰিমে গল্প সংকলনখন উন্মোচন কৰে ৷ গল্প সংকলনখন উন্মোচন কৰি দিয়া বক্তব্যত তেওঁ সমাজৰ ৱাস্তৱ ঘটনাৰ আলমত লিখা গল্পসমূহে পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ৷ সমাজকৰ্মী তথা সাহিত্যিক নীৰেন দাসে উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট লিখক তথা ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ তথ্য বিষয়া ভূপেন্দ্ৰ চন্দ্ৰ দাসে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷

সেইদৰে লেখিকাগৰাকীয়েও গল্প সংকলনখনৰ গল্পসমূহৰ বিষয়বস্তুৰ লগতে নিজৰ বিভিন্ন অভিজ্ঞতা সন্দৰ্ভত বক্তব্য ৰাখে ৷ অনুষ্ঠানৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে অনিল চন্দ্ৰ শৰ্মাই ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাৰ লগতে সাহিত্য চৰ্চাৰ লগত জড়িত ব্যক্তি উপস্থিত থাকে ৷ ইপিনে লেখিকা নবনীতা হাজৰিকাই নিজৰ গল্প সংকলনখন সন্দৰ্ভত কয় যে সংকলনখত দহটা গল্প সন্নিবিষ্ট হৈছে আৰু আটাইকেইটা সত্য ঘটনাৰ ওপৰত ভিত্তি কৰি লিখা ৷ কেওঁ লগতে কয় যে সাহিত্য সদায় সত্যৰ ওপৰতে প্ৰতিষ্ঠিত ৷

সত্য ঘটনা নহলে মই কোনো গল্প বা কবিতা লিখিব নোৱাৰো ৷ লেখিকাগৰাকীৰ ইতিপূৰ্বে গল্প আৰু কবিতাকে ধৰি চাৰিখন পুথি প্ৰকাশ পোৱা বুলিও জানিবলৈ দিয়ে ৷ লগতে ৰচনা কৰিছে বহুকেইটা গীত ৷ গুৱাহাটী পাঞ্জাবাৰীৰ গায়ত্ৰী প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ১১৫ পৃষ্ঠাৰ গল্প সংকলনখনৰ মূল্য ১২০ টকা ৷ লেখিকাগৰাকীয়ে পাঠক সমাজে গল্প পুথিখন আকোৱালি ললে উৎসাহিত হ’ব বুলিও কয় ৷

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd