• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শাৰীৰিক অক্ষমতাই হাৰ মনাব নোৱাৰা বিশ্বনাথৰ এজন অসাধাৰণ প্ৰতিভাৰ কিশোৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , November 15, 2018 11:53 am

2 min read

IMG_0664

ৰাজু কালান্দি ফটো : কাজি জেইদুল ইছলাম

404
VIEWS
Share on FacebookShare on Twitter

শাৰীৰিক অক্ষমতা কেতিয়াও নিজ প্ৰতিভা বিকাশৰ প্ৰতিবন্ধকতা হ’ব নোৱাৰে। তাকেই যেন প্ৰমাণ কৰাত ব্যস্ত বিশ্বনাথৰ এজন কিশোৰ। বিশ্বনাথৰ কেটলাত বাস কৰা কিশোৰজনে অহৰহ কঢ়িয়াই লৈ ফুৰিছে এজন সু নাগৰিক হোৱাৰ সপোন।

জন্মৰে পৰা দুয়োখন হাতৰ কিলাকুটিৰ পৰা তলৰ অংশ নথকা কিশোৰজনৰ নাম হৈছে ৰাজু কালান্দি। বৰগাং হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়নৰত ৰাজুৱে কেতিয়াও কাকো নিজৰ অক্ষমতাৰ অনুভৱ কৰিব দিয়া নাই।

প্ৰৱল ইচ্ছাশক্তি আৰু অপৰিসীম মনোবলৰ অধিকাৰী ৰাজুৱে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। দুয়োখন হাতৰে তলৰ অংশ নাই যদিও কিশোৰজনৰ অসাধাৰণ প্ৰতিভাই সকলোকে বিষ্ময়কৰ কৰি তুলিছে। কিয়নো ৰাজুৱে লিখিব পাৰে ধুনীয়া হাতৰ আখৰ, চলাব পাৰে পিতৃৰ একমাত্ৰ উপাৰ্জনৰ থল মাৰুতি ভেন গাড়ী। ইয়াৰ উপৰি নিজে চাইকেল চলাই বজাৰ কৰা, চাইকেল মেৰামতি কৰাৰ লগতে সাধাৰণ মানুহৰ দৰে নিয়াৰিকে কৰি যায় সকলো কাম।

নানা প্ৰতিবন্ধকতাৰ মাজতো নিজকে সফল কৰি তুলিবলৈ বদ্ধপৰিকৰ ৰাজুৱে এতিয়া আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিজকে সাজু কৰি তোলাৰ বাবে ব্যস্ত। ইফালে দশমমান শ্ৰেণীত পঢ়ি থকা ৰাজুক লৈ সম্পূৰ্ণ আশাবাদী তেওঁ অধ্যয়নৰত বিদ্যালয়খনৰ শিক্ষকসকল।

উল্লেখ্য যে এই পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সাহায্য নোপোৱা প্ৰতিভাধৰ ৰাজুৱে পঢ়ি-শুনি সমাজত এটা ভাল স্থান পাবলৈ সক্ষম হ’ব বুলি পিতৃ নকুল কালান্দি আৰু মাতৃয়ে আশা প্ৰকাশ কৰিছে। স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিৎ দত্তয়ো ভৱিষ্যতে ৰাজুক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd