• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰা নাপাই ছেনিটাইজাৰ, কফ ছিৰাপ সেৱন কৰি ছাত্ৰৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2020 9:55 am
Story-3-1-1140x570

প্ৰতিনিধিত্বমূলক ফটো

12.2k
VIEWS
Share on FacebookShare on Twitter

সুৰা বিচাৰি নাপাই ছেনিটাইজাৰ আৰু কফ ছিৰাপৰ মিশ্ৰম সেৱন কৰাৰ ফলত কৰ্ণাটকৰ ধাৰাৱাড জিলাৰ হয়ছালা নগৰত এগৰাকী ২৯ বছৰীয়া গৱেষক ছাত্ৰৰ মৃত্যু ঘটিছে।

বাতৰি অনুসৰি, মৃত ছাত্ৰগৰাকীক উত্তৰ কানাড়া জিলাৰ হন্নাভাড়াৰ বাসিন্দা সুদীপ কাৰিয়ানা বুলি চিনাক্ত কৰা হৈছে।

তেওঁ হয়ছালা নগৰৰ এটা ভাড়াঘৰত থাকি ধাৰাৱাডৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগত অধ্যয়ন কৰি আছিল।

ধাৰাৱাডৰ আৰক্ষী বিষয়া এগৰাকীয়ে কয় যে ঘটনাটো সোমবাৰে বিয়লি সুদীপে ভাড়াত থকা ভাড়াঘৰৰ মালিকে তেওঁৰ কোঠাৰ পৰা বিকট গোন্ধ পোৱাৰ পাছতে তেওঁলোকক জনায়।

ছাত্ৰগৰাকীৰ মৃতদেহৰ কাষত এটা ছেনিটাইজাৰৰ খালী বটলৰ লগতে এটা কফ ছিৰাপৰ বটলো উদ্ধাৰ কৰা হয়।

ভাড়াঘৰৰ মালিকে আৰক্ষীক দিয়া অভিযোগ পত্ৰত উল্লেখ কৰিছে যে ছাত্ৰগৰাকীয়ে লকডাউনৰ বাবে সুৰা নোপোৱাৰ অভিযোগ তুলিছিল।

সুদীপৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধাৰাৱাড জিলাৰ চৰকাৰী হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে দহ দিন পূৰ্বে একেখন জিলাৰে গামবয়াৰপুৰ গাঁৱত ‘সুৰাৰ উপাদান’ৰ অভিযোগ থকা ছেনিটাইজাৰ পান কৰি দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৩জন লোক অসুস্থ হৈ পৰিছিল।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd