DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Breaking News কি হৈছে অসমত? এইবাৰ নগাঁৱত আৰক্ষীয়ে গুলীয়ালে ছাত্ৰ নেতাক!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 22, 2022 9:33 pm
Breaking News কি হৈছে অসমত? এইবাৰ নগাঁৱত আৰক্ষীয়ে গুলীয়ালে ছাত্ৰ নেতাক!

প্ৰতীকি ছবি

326
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীৰ এনকাউণ্টাৰে ত্ৰাসিত কৰি ৰখা ৰাজ্যবাসীক আজি আৰু অধিক শংকিত কৰি অসম আৰক্ষী জঁপিয়াই পৰিল এগৰাকী ছাত্ৰ নেতাৰ ওপৰত।

নগাঁৱৰ কছলুখোৱা নিবাসী ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আজি সন্ধিয়া আৰক্ষীয়ে ৰাজপথতে বাইকৰ পৰা নমাই গুলীয়ায়।

ফলত গুৰুতৰ ভাবে আহত হয় ছাত্ৰ নেতা গৰাকী।

পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে আজি মাতৃৰ বাবে দৰৱ হৈ ঘৰলৈ উভতি অহাৰ সময়তে ৰাজপথত বৰাক ৰখায় আৰু লাঠীৰে মাৰ-ধৰ কৰিবলৈ ধৰে।

এই ঘটনাৰ প্ৰতিবাদ কৰাৰ পিছতে আৰক্ষীয়ে ছাত্ৰ নেতাজনক গুলীয়াই দিয়ে।

আৰক্ষীৰ গুলীত গুৰুতৰ ভাবে আহত ছাত্ৰ নেতা কীৰ্তিকমল বৰা নগাঁও কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল।

এগৰাকী ছাত্ৰ নেতাক কোনো বিশেষে কাৰণ নোহোৱাকৈয়ে এনেদৰে গুলিওৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বাহিনীৰ এনে কাৰ্যক একেমুখে গৰিহণা দিছে নগাঁওবাসীয়ে।

অভিযোগ অনুসৰি বৰাক গুলী কৰা আৰক্ষী সুৰামত্ত অৱস্থাত আছিল।

প্ৰতিবাদী জনতাই প্ৰশ্ন কৰিছে—’মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ অসমত এতিয়া সাধাৰণ লোককো এনকাউণ্টাৰ কৰি যোৱা হ’ব নেকি’?

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd