• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিবিএছচি ব’ৰ্ডৰ পৰীক্ষাৰ্থীসকলে নিজ জিলাৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব : কেন্দ্ৰীয় মানৱ উন্নয়ন সম্পদ মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2020 7:40 am
CBSE-IE-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে সিদ্ধান্ত লৈছে যে ব’ৰ্ডৰ স্থগিত পৰীক্ষাসমূহত নিজ জিলাৰ পৰাই পৰীক্ষাৰ্থীসকলে অৱতীৰ্ণ হ’ব পাৰিব।

কেন্দ্ৰীয় মামৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখ্ৰীয়াল নিশাঙ্কে এই কথা যোৱা বুধবাৰে সন্ধিয়া ঘোষণা কৰে।

Apply Now

উল্লেখ্য যে কোভিড১৯ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি জাৰি কৰা ল’কডাউনৰ ফলত ব’ৰ্ডর কেবাটাও পৰীক্ষা স্থগিত ৰখা হৈছিল।

ইতিমধ্য পৰীক্ষাৰ্সথীসকলেও অধ্যয়নৰত চহৰ এৰি নিজ গৃহত আৱদ্ধ হৈ আছে।

সেয়ে চিবিএছচিএ অৱশিষ্ট ব’ৰ্ড পৰীক্ষাসমূহত গৃহ জিলাৰ পৰাই পৰীক্ষাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা ব্যৱস্থা গ্ৰহণ কৰা বুলি কেন্দ্ৰী মন্ত্ৰী গৰাকীয়ে জনাইছে।

দেশত কোভিড১৯ত আক্ৰান্তৰ সংখ্যা অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পোৱাৰ বাবে ব’ৰ্ডৰ স্থগিত পৰীক্ষাসমূহ এতিয়াও অনুষ্ঠিত কৰিব পৰা হোৱা নাই।

তেওঁ আৰু জনায় যে শিক্ষাৰ্থীসকলে নিজ বিদ্যালয়ক তেওঁলোকৰ বৰ্তমান অৱস্থান সম্পৰ্কে অৱগত কৰিব।

আৰু সেই তথ্য ব’ৰ্ডে সংগ্ৰহ কৰি অৱশিষ্ট পৰীক্ষাৰ স্থান সম্পৰ্কে পৰীক্ষাৰ্থীক অৱগত কৰিব।

ইতিমধ্যে ব’ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেণীৰ স্থগিত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছিল।

আনহাতে সংশোধীত সূচী অনুসৰি দশম আৰু দ্বাদশ শ্ৰেণীৰ স্থগিত ব’ৰ্ড পৰীক্ষাসমূহ ১ জুলাইৰ পৰা ১৫ জুলাইৰ ভিতৰত অনুষ্ঠিত হোৱাৰ কথা।

কেন্দ্ৰীয় মন্ত্ৰী পখ্ৰীয়ালে জনাই যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদে আগন্তুক স্থগিত পৰীক্ষাৰ বাবে দেশজুৰি ১৫ হাজাৰ পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিব যাতে পৰীক্ষাৰ্থীসকলৰ সামাজিক ব্যৱধান নিশ্চিত কৰিব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

August 6, 2026 8:02 am
প্ৰাক্তনৰ প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

প্ৰাক্তনৰ প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

August 6, 2026 7:00 am
অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

August 6, 2026 8:02 am
প্ৰাক্তনৰ প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

প্ৰাক্তনৰ প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

August 6, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd