• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাৱধান! মোবাইলৰ অত্যধিক ব্যৱহাৰ পুৰুষৰ বাবে বিপজ্জনক; কমি যাব পাৰে শুক্ৰাণুৰ সংখ্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2023 10:16 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিসকল পুৰুষে অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁলোকে এতিয়া সাৱধান হোৱা উচিত। অন্যথা অনাগত দিনত ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। কাৰণ বিজ্ঞানীসকলে বাৰে বাৰে দাবী কৰি আহিছে যে দশক দশক ধৰি বিশ্বজুৰি শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাই আহিছে। কিন্তু ইয়াৰ সঠিক কাৰণৰ অনুসন্ধান চলি আছে।

ইপিনে, তাৰমাজতে চুইজাৰলেণ্ডৰ এদল গৱেষকৰ গৱেষণা পত্ৰ পোহৰলৈ আহিছে। তাত শুক্ৰাণুৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে মোবাইলৰ অত্যধিক ব্যৱহাৰকে  দোষাৰোপ কৰা হৈছে।

গৱেষণা পত্ৰত প্ৰকাশ কৰা অনুসৰি চুইজাৰলেণ্ডৰ গৱেষকসকলে ২৪০০ যুৱকৰ বীৰ্যৰ নমুনা বিশ্লেষণ কৰে। এই গৱেষণা পত্ৰখন প্ৰকাশ পাইছিল Fertility and Sterility নামৰ আলোচনীখনত। তেওঁলোকে কয় যে তেওঁলোকে মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰ, উচ্চ কম্পাঙ্ক আৰু কম শুক্ৰাণুৰ সংখ্যাৰ মাজত এক সম্পৰ্ক বিচাৰি পাইছে।

Apply Now

লগতে পঢ়কঃ নিশা ভূমিকম্পৰ বিভীষিকাঃ নেপালত কমেও ৭০ জন লোকৰ মৃত্যু; কঁপাই গ’ল উত্তৰ ভাৰতৰো বহু অঞ্চল

গৱেষণা মতে, বিভিন্ন ধৰণৰ ফোন ব্যৱহাৰকাৰীৰ মাজত শুক্ৰাণুৰ গতিশীলতাৰ কোনো পাৰ্থক্য পোৱা নগ’ল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। লগতে ফোনটো বেগত ৰখাৰ পৰিৱৰ্তে পকেটত ভৰাই ল’লে শুক্ৰাণুৰ ঘনত্ব হ্ৰাস পোৱাৰো কোনো প্ৰমাণ পোৱা হোৱা নাই।

গৱেষকসকলে ২০০৫-২০১৮ চনলৈকে এই অধ্যয়নৰ বাবে জৰীপ চলাইছিল। তেওঁলোকে শুক্ৰাণুৰ সংখ্যাত ফোন ব্যৱহাৰ বৃদ্ধি আৰু কম ফোন ব্যৱহাৰৰ মাজত এক সম্পৰ্ক বিচাৰি পাইছিল। সেইবাবেই তেওঁলোকে অনুমান কৰিছে যে অত্যধিক ফোন ব্যৱহাৰ অতি সোনকালে বিপদজনক হৈ উঠিব পাৰে।

লগতে পঢ়কঃ ICC World Cup 2023: আফগানিস্তানৰ জয়ে সংকটত পেলালে পাকিস্তানক! একেলগে বিপদসীমাত ৩টা ডাঙৰ দল

এই পেটাৰ্ণটো নতুন প্ৰযুক্তিলৈ পৰিৱৰ্তনৰ সৈতে সামঞ্জস্যপূৰ্ণ বুলি গৱেষকসকলে কয়। মূলতঃ ২জিৰ পৰা ৩জি আৰু ৪জিলৈ, আৰু ফোনটোৰ আউটপুট শক্তিৰ অনুৰূপ হ্ৰাস তেওঁলোকে লক্ষ্য কৰিছিল। মোবাইল ফোনত এনে কোনো উপাদান আছে যিয়ে প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলাব পাৰে বা শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰিব পাৰে।

গৱেষণাৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে অত্যধিক ধূমপানো শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ বাবে দায়ী। চৰ্বি, মদ্যপান, মানসিক চাপেও শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰিব পাৰে। ইয়াৰ উপৰিও ৰাসায়নিক আৰু প্লাষ্টিকৰ ব্যৱহাৰো ইয়াৰ বাবে দায়ী।

লগতে পঢ়কঃগুৱাহাটী আই আই টি কেম্পাছত শিক্ষাৰ্থীৰ মৃত্যু

কেয়াৰ ফাৰ্টিলিটিৰ মুখ্য বৈজ্ঞানিক বিষয়া এলিছন কেম্পবেলে এই গৱেষণাক “চমৎকাৰ আৰু অভিনৱ” বুলি অভিহিত কৰিছে। তেওঁ গৱেষণাৰ লগত জড়িত নাছিল যদিও তেওঁ কয় যে সঘনাই ফোন ব্যৱহাৰ কৰা লোকৰ মাজত শুক্ৰাণুৰ সংখ্যা হ্ৰাস পোৱাৰ আন ব্যাখ্যা থাকিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd