DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১লাখ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল টেঙাখাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2020 7:17 am
Story-4-9-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

367
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়াত নগদ ধনৰ লেনদেন আৰু প্ৰশ্নকাকত ফাদিল কেলেংকাৰিয়ে ৰাজ্যখনক জোকাৰি যোৱাৰ সময়তে ডিব্ৰুগড়ৰ টেঙাখাট আৰক্ষী থানাৰ এগৰাকী উপ-পৰিদৰ্শকক এগৰাকী নাগৰিকৰ পৰা দাবী কৰি ১লাখ টকা উৎকোচ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষী বিষয়াগৰাকীৰ জিম্মাৰ পৰা টকাখিনি উদ্ধাৰ কৰা হৈছে আৰু এই গোচৰত পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে।

অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এটা টুইটত জনায়, ‘’ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দীপজ্যোতি দাসক এগৰাকী লোকৰ পৰা দাবী কৰি ১লাখ টকা লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। উক্ত টকাখিনি তেওঁৰ জিম্মাৰ পৰা উদ্ধাৰ কৰা হৈছে। পৰৱৰ্তী কাৰ্যব্যৱস্থা চলি আছে।‘’

Sub Inspector Dipjyoti Das of Tengakhat Police Station of Dibrugarh district has been arrested for demanding and receiving INR 1 Lac from a civilian. The said amount has been recovered from his possession. Follow up action is going on. @CMOfficeAssam @DGPAssamPolice @assampolice

— GP Singh (@gpsinghassam) October 5, 2020

আনহাতে, সোমবাৰে লখিমপুৰতো দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত লখিমপুৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া যাদৱ চন্দ্ৰ নাথ ,এ চি এফ জেচিম আহমেদ আৰু বনপালক প্ৰণৱ দত্তক গ্ৰেপ্তাৰ কৰে ।

বন বিভাগে জব্দ কৰা এখন কাঠভৰ্তি ট্রেক্টৰ মোকোলাই দিয়াৰ বিনিময়ত ৫০ হেজাৰ টকা উৎকোচ লওঁতেই হাতে লোতে ধৰা পৰে দুই গৰাকী বিষয়া।

Successful trap laid by DV&AC. DFO and ACF arrested at Lakhimpur while accepting INR 50k each. *People May pass on more such inputs for laying traps* @DIR_VAC_ASSAM @CMOfficeAssam @DGPAssamPolice @KrSanjayKrishna

— GP Singh (@gpsinghassam) October 5, 2020

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এটা টুইটত এইকথা জানিবলৈ দি কয় যে ‘জাল ৰচনা কৰাত সহায় কৰিবলৈ ৰাইজে এনেধৰণৰ অধিক তথ্য আগবঢ়াব পাৰে’।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd