• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চ্যাকচেছ ইণ্ডিয়া আইকন এৱাৰ্ড ২০২০ অসমৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2020 7:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা উত্তৰ-পূৱৰ উপৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাস, বিভিন্ন কুসংস্কাৰ, ডাইনীকাণ্ড, সাম্প্ৰদায়িকতা আদিৰ বিৰুদ্ধে আৰু বিজ্ঞান মনস্কতা, মানৱতা আৰু শান্তিৰ বাবে উৎকৃষ্ট সেৱা আগবঢ়াই অহাৰ বাবে দক্ষিণ ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী ব্ৰাণ্ডজ আৰু চ্যাকচেছ ইণ্ডিয়াৰ এক সমীক্ষাত উত্তৰ পূব ভাৰতৰ পৰা নিৰ্বাচিত কৰি অসমৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়াক এচিভাৰ্ছ আইকন এৱাৰ্ড ২০২০ প্ৰদান কৰা হয়৷

আজি (২০ ছেপ্তেম্বৰ ২০২০) অনলাইনযোগে প্ৰদান কৰা ই-চাৰ্টিফিকেটৰ লগতে এই বঁটাত মেডেল, মানপত্ৰ, বিশেষ স্মাৰকৰ উপৰি বঁটা প্ৰাপকৰ কৰ্মজীৱন আৰু সামাজিক জীৱন-সংগ্ৰাম আৰু সফলতাৰ ওপৰত চলিত বৰ্ষত দুয়োখন আলোচনীয়ে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচ্ছদ নিবন্ধ প্ৰকাশ কৰিব ।

Apply Now

উল্লেখ্য যে অসমৰ অন্ধবিশ্বাস আৰু ডাইনীকাণ্ড প্ৰতিৰোধ আইন “The Assam Witch Haunting (PPP) Act 2015″ৰ অন্যতম দাবীদাৰ তথা অন্যতন হোতা ড° দিব্যজ্যোতি শইকীয়াই বৰ্তমান দলবদ্ধ আক্ৰমণ/ গণ প্ৰহাৰ অৰ্থাৎ মব লিন্‌ছিং প্ৰতিৰোধৰ বাবে এখন আইনৰ দাবী কৰি অহাৰ উপৰি সাম্প্ৰতিক ক’ৰ’ণা পৰিস্থিতিত একাংশ লোকক মাস্ক, চেনিটাইজাৰ, দৈনন্দিন লাগতীয়াল সামগ্ৰীৰ লগতে খাদ্যসামগ্ৰী প্ৰদান কৰি সেৱা আগবঢ়াই অহাৰ উপৰি ৰেডিঅ’, টেলিভিশ্যন, সামাজিক মাধ্যম আদিৰ যোগে COVID19ৰ ওপৰত সজাগতা মূলক প্ৰেৰণাদায়ক বাৰ্তা আগবঢ়াই আহিছে ৷

অন্ধবিশ্বাস ডাইনীকাণ্ড ৰোধৰ উপৰি বানাক্ৰান্ত লোকক সহায় কৰা, আন্তৰাজ্যিক সীমা সমস্যা, ভাতৃত্ববোধ, শান্তি, সম্প্ৰীতি তথা মানৱতাৰ হকে আগবঢ়োৱা সেৱাৰ বাবে ড° দিব্যজ্যোতি শইকীয়াক ইতিমধ্যে হোপ ইণ্টাৰনেশ্যনেল ফাউণ্ডেচ্যন ৱৰ্ল্ড ৰেকৰ্ডছৰ পৰা নেলচ্যন মেণ্ডেলা ইণ্টাৰনেশ্যনেল পিচ এৱাৰ্ড, ভাৰ্চেটাইল জিনিয়াচ এৱাৰ্ড (Versatile Genius Award), মেইহৰ টাইমচ ৰাজীৱ গান্ধী নেশ্যনেল এৱাৰ্ড, ভাৰত চৰকাৰৰ সৌজন্যত বাবু জগজীৱন ৰাম স্মাৰক সন্মান, জী-টাউন আলোচনীৰ পৰা শ্ৰেষ্ঠ মানৱতা আৰু সমাজসেৱাৰ বঁটা, ষ্টাৰ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ পৰা ইন্ডেপেন্ডেণ্ট এৱাৰ্ড আৰু ৰিপাব্লিক এৱাৰ্ড ২০২০, চণ্ট গাৰ্ণে বাবা ৰাষ্ট্ৰীয় বঁটা, ড° ভূপেন হাজৰীকা শান্তি বঁটা, এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা, মানস ট্ৰাষ্টৰ পৰা বেষ্ট এচিভাৰ এৱাৰ্ড, ডি ডি ফাউণ্ডেচনৰ পৰা ইণ্টাৰনেশ্যনেল গ’ল্ডেন এৱাৰ্ড আদিকে ধৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৫৯টা বঁটা, সম্বৰ্ধনা আৰু সন্মান আগ বঢ়াইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd