• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গীতানগৰ থানাত হাজিৰ হ’ব লাগিব পাৰে জুবিন

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , December 23, 2018 3:35 pm

1 min read

Zubeen-Garg

জুবিন গাৰ্গ। ফট’ উৎস : ইণ্টাৰ্নেট

552
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীস্থিত নিজ ঘৰত “আত্মহত্যা” কৰা কংগ্ৰেছ নেতা, ব্যৱসায়ী অনুপম বৰদলৈৰ “ছুইছাইদ ন’ট”ত নাম থকা সূত্ৰে তদন্তকাৰী গীতানগৰ থানাত হাজিৰ হ’ব লাগিব পাৰে জুবিন গাৰ্গ।

“ঘটনাটোত নাম সাঙোৰ খোৱা লোকসকলক এই গোচৰৰ তদন্তৰ আওতালৈ আনিব লাগিব পাৰে,” এতিয়ালৈকে কাকো সোধ-পোচ কৰা হোৱা নাই বুলি সদৰী কৰি নৰ্থ ইষ্ট নাও-ত শনিবাৰে এই মন্তব্য গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ।

চাঞ্চল্যকাৰী “আত্মহত্যা”ৰ ঘটনাটোত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ইতিমধ্যে উদ্ধাৰ হোৱা “ন’ট”টো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক– ছুইচাইদ ন’টত জুবিন: নৰ্থ ইষ্ট নাও-ত প্ৰথম প্ৰতিক্ৰিয়া পত্নী গৰিমাৰ

“পৰ্য্যায়গতভাৱে” ঘটনাটোৰ তদন্ত আগবঢ়াই নিয়া হৈছে বুলি গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কৰা মন্তব্যকে দোহাৰি গীতানগৰ থানাৰ বিষয়াগৰাকীয়েও কয় যে ঘটনাটোৰ তদন্ত “ক্ষীপ্ৰ”তাৰে আৰু নিয়াৰিকৈ কৰা হৈছে।

জনপ্ৰিয় গায়কগৰাকীৰ পত্নী ফেচন দিজাইনাৰ গৰিমা শইকীয়া গাৰ্গেও “আইন আৰু আৰক্ষী”ৰ ওপৰত বিশ্বাস ৰাখি ঘটনাটোৰ উচিত তদন্ত বিচাৰিছিল।

অনুপম বৰদলৈৰ সৈতে “চা-চিনাকী” নোহোৱা সত্ত্বেও ঘটনাটোত নাম সাঙোৰ খোৱাটোত জুবিনে “বুজিয়ে নাই পোৱা” বুলি নৰ্থ ইষ্ট নাও-ক জনাইছিল পত্নী গৰিমাই।

Recent News

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

Sogun Final

ধলাত বিষাক্ত মৰাশ ভক্ষণ কৰি ২৩ টাকৈ দুস্প্ৰাপ্য প্ৰজাতিৰ শগুণৰ মৃত্যু; ১২ টাৰ অৱস্থা সংকটজনক

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

index.jpgv

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd