DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল সুনীল গগৈৰ ক’ৰ’নাত মৃত্যু

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
September 25, 2020 4:34 pm
মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল সুনীল গগৈৰ ক’ৰ’নাত মৃত্যু
290
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না মহামাৰীৰ ফলত প্ৰতিদিনে বিভিন্ন গৰাকী লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী (লাট মণ্ডল) তথা তিনিচুকীয়া বৰদলৈ নগৰৰ নিবাসী সুনীল গগৈ নামৰ লোক জন কভিড-১৯ আক্ৰান্ত হৈ বৃহস্পতিবাৰে নিশা ৯ বজাত ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিটেলত কৰুণভাবে মৃত্যুক আকোৱালি লয়।

চাকৰী জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ মাত্ৰ চাৰি বছৰ থকা প্ৰয়াত গগৈয়ে মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত লাট মণ্ডল হিচাবে কৰ্তব্য সম্পাদন কৰিছিল।

বিগত কেইবাদিন ধৰি কভিড আক্ৰান্ত গগৈয়ে ডিব্ৰুগড় মেডিকেলত কলেজ হাস্পিটেলত ভৰ্তি হৈ থকাৰ পিছত কালি নিশা ৯ বজাত মেডিকেলতে শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰয়াত গগৈয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান ইহসংসাৰত এৰি থৈ যায়।

আনহাতে, আজি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সতীৰ্থ কৰ্মচাৰী সকলে প্ৰয়াত গগৈৰ আত্মাৰ সদগতি কামনা কৰি এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Recent News

বিজেপিত যোগদান কৰিব নেকি গুজৰাটৰ কংগ্ৰেছ সভাপতি হাৰ্দিক পেটেলে? কি ক’লে পেটেলে?

দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিলে গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে

Dima Hasao flood

ডিমা হাচাওত কি হৈছে?

Indrani Mukerjea granted bail

শ্বীনা বৰা হত্যাকাণ্ড : মুখ্য অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

Finland and Sweden To Join NATO

নাটোত যোগদান কৰিব ফিনলেণ্ড আৰু ছুইডেনে! দাখিল কৰিছে যোগদানৰ আবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd