• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেগাচাছ কাণ্ড: উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটিয়ে দাখিল কৰিলে অন্তৱৰ্তী প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2022 2:37 pm
supreme-court-Pegasus-case-696x364-1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলী স্পাইৱেৰ ব্যৱহাৰ কৰি ৰাজনীতিবিদ, সাংবাদিক, বিচাৰক আৰু চৰকাৰী বিষয়াসকলৰ ওপৰত চকু ৰখা পেগাচাছ কাণ্ডৰ তদন্ত কৰিবলৈ নিযুক্ত বিশেষজ্ঞ সমিতিয়ে তদন্ত সম্পূৰ্ণ কৰিবলৈ অধিক সময় বিচাৰিছে।

সূত্ৰসমূহে জানিবলৈ দিয়ে যে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰবীন্দ্ৰনৰ নেতৃত্বত গঠিত পেনেলে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত ইয়াৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিছে আৰু সেয়া ২৩ ফেব্ৰুৱাৰীত বিবেচনা কৰি চোৱাৰ সম্ভাৱনা আছে।

উচ্চতম ন্যায়ালয়ে যোৱা বছৰ অক্টোবৰত এক বৃহৎ ৰাজনৈতিক বিতৰ্কৰ মাজতে সমিতিখন গঠন কৰি দি কৈছিল যে প্ৰতিবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উত্থাপন কৰাৰ সময়ত ৰাষ্ট্ৰই “বিনামূলীয়া পাছ নাপাব” আৰু আদালত “মূক দৰ্শক” হৈ নাথাকিব।

Apply Now

লগতে পঢ়ক: ইউক্ৰেইনৰ দুটা অঞ্চলক স্বাধীন ঘোষণা কৰিলে পুটিনে; আমেৰিকাকে ধৰি পশ্চিমৰ প্ৰতিক্ৰিয়া

এতিয়ালৈকে, সাংবাদিক এন ৰাম, সিদ্ধাৰ্থ বৰদৰাজন আৰু পৰাঞ্জয় গুহ ঠাকুৰতাকে ধৰি কমেও ১৩ জন লোক সমিতিৰ সন্মুখত উপস্থিত হৈছে।

সূত্ৰসমূহে কয় যে ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্তসকলৰ সৈতে জড়িতকে ধৰি পেনেলে ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰায় এক ডজন চেলফোন লাভ কৰিছে।

যোৱা বছৰ এটা আন্তৰ্জাতিক সংবাদ সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছিল যে এই স্পাইৱেৰটো কেইবাখনো ৰাষ্ট্ৰই নাগৰিক সমাজৰ কৰ্মী, সাংবাদিক আৰু আন বহুতক লক্ষ্য কৰি ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছতে পেগাচাছ কাণ্ডই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল।

লগতে পঢ়ক: মামৰে ধৰিছে আঁচনিত! কলিয়াবৰত কলং পুনৰুজ্জীৱিতকৰণ নামত জলসম্পদ বিভাগৰ প্ৰহসন

ভাৰতত, নিউজ পৰ্টেল “দ্য ৱায়াৰ”য়ে দাবী কৰিছিল যে ইয়াত ১৪২ জনৰো অধিক লোকক লক্ষ্য কৰা হৈছিল।

উক্ত তালিকাত কংগ্ৰেছৰ ৰাহুল গান্ধী, নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ, দুজন কাৰ্যনিৰ্বাহ কৰি থকা কেন্দ্ৰীয় মন্ত্ৰী, এজন প্ৰাক্তন নিৰ্বাচন আয়ুক্ত, উচ্চতম ন্যায়ালয়ৰ দুজন পঞ্জীয়ক, এজন প্ৰাক্তন ন্যায়াধীশৰ পুৰণি নম্বৰ, এজন প্ৰাক্তন এটৰ্নি জেনেৰেলৰ ঘনিষ্ঠ সহযোগী আৰু ৪০ জন সাংবাদিক অন্তৰ্ভুক্ত হৈছিল।

স্পাইৱেৰ নিৰ্মাতা এনএছঅ’য়ে তেওঁলোকে কেৱল চৰকাৰ আৰু তেওঁলোকৰ সংস্থাসমূহকহে ইয়াৰ সামগ্ৰী যোগান ধৰে বুলি কোৱাৰ পিছত কেন্দ্ৰই তীব্ৰ বিৰোধী চাপত পৰি কৈছিল যে ইয়াত কোনো অবৈধ হস্তক্ষেপ নাছিল।

অক্টোবৰত, এলানি আবেদনৰ সঁহাৰি দি, উচ্চতম ন্যায়ালয়ে তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশ দিছিল।

লগতে পঢ়ক: দবাত বিশ্বৰ ১নম্বৰ খেলুৱৈক পৰাজিত কৰি চমক দিলে ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ প্ৰজ্ঞানন্ধাই

কেন্দ্ৰৰ প্ৰতিটো যুক্তিক ব্যৱহাৰিকভাৱে অস্বীকাৰ কৰি ন্যায়ালয়ে কৈছিল যে গোপনীয়তা অকল সাংবাদিক বা সামাজিক কৰ্মীসকলৰে নহয়, প্ৰতিজন নাগৰিকৰে চিন্তাৰ বিষয়। দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে কৈছিল যে এই  নিৰীক্ষণে “বাক স্বাধীনতাৰ ওপৰত নীৰৱ প্ৰভাৱ পেলাব পাৰে”।

যোৱা মাহত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৈনিক কাকত নিউয়ৰ্ক টাইমছে পেগাচাছ স্পাইৱেৰ আৰু এটা মিছাইল ব্যৱস্থা ২০১৭ চনত ভাৰত আৰু ইজৰাইলৰ মাজত কৰা প্ৰায় ২ বিলিয়ন ডলাৰৰ চুক্তিৰ “কেন্দ্ৰবিন্দু”, আৰু অস্ত্ৰ আৰু চোৰাংচোৱা ব্যৱস্থা জড়িত থকা বুলি প্ৰকাশ কৰা প্ৰতিবেদনৰ পিছতে বিষয়টোৱে পুনৰ নতুনকৈ চৰ্চা লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd