• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পথৰ কুকুৰ সম্পৰ্কীয় ৰায়দানৰ পাছতে সমগ্ৰ দেশত আলোড়নঃ আজি পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2025 9:17 am
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পাছত সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছে। বিভিন্ন প্ৰান্তৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে এই বিষয়টো চোৱাচিতা কৰিব বুলি কৈছে। এই বিচাৰপীঠখন মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নিৰ্দেশত গঠন কৰা হৈছে। আজি হ’ব বিপথগামী কুকুৰৰ গোচৰৰ শুনানি।

দিল্লীত জলাতংক ৰোগ আৰু পথৰ কুকুৰে কামোৰাৰ ফলত সাধাৰণ লোকৰ মৃত্যু আতংকজনক হাৰত বৃদ্ধি পোৱাৰ বাতৰিৰ ভিত্তিত সোমবাৰৰ পৰা উচ্চতম ন্যায়ালয়ে শুনানি আৰম্ভ কৰে। দিল্লী-এনচিআৰ অঞ্চলৰ সকলো বিপথগামী কুকুৰক অনতিপলমে ধৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। বীজাণুমুক্ত কৰি নিৰাপদ আশ্ৰয় শিবিৰলৈ পঠিয়াব লাগে। প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে যে প্ৰয়োজন সাপেক্ষে অঘৰী কুকুৰ ধৰিব লাগে। কোনোবাই বাধা দিলে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উচ্চতম ন্যায়ালয়ৰ তথ্য অনুসৰি সাধাৰণ জনতাক মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

Apply Now

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ প্ৰতিবাদত ওলাই আহিছে চেলিব্ৰিটিৰ পৰা জনসাধাৰণৰ এক বৃহৎ অংশ। ইয়াৰ পাছত এই বিষয়টোৱে মুখ্য ন্যায়াধীশৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ কয় যে নিয়মীয়াকৈ অঘৰী কুকুৰক বন্ধ্যাকৰণ আৰু টিকাকৰণৰ বিষয়টো চোৱাচিতা কৰা হ’ব। কিন্তু কোনটো ক্ষেত্ৰত তেওঁ এই কথা কৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাৰণ, ২০২৪ চনত দিল্লীত অঘৰী কুকুৰক বন্ধ্যাকৰণ আৰু টিকাকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল। কোৱা হৈছিল যে ৰাজ্য প্ৰশাসনে এই বিষয়ত গুৰুত্ব দিয়া নাই। সেই গোচৰটোও বুধবাৰে শুনানি গ্ৰহণ কৰা হয়।

এনে পৰিস্থিতিত ননীতা শৰ্মা নামৰ এগৰাকী অধিবক্তাই কয় যে বৰ্তমান উচচতম ন্যায়ালয়ৰ অঘৰী কুকুৰ সন্দৰ্ভত দুটা আদেশ আছে আৰু দুয়োটাৰ মাজত পাৰ্থক্য আছে। পূৰ্বৰ এখন বিচাৰপীঠে কৈছিল যে বন্ধ্যাকৰণৰ পিছত বিপথগামী কুকুৰক নিজৰ নিৰ্দিষ্ট অঞ্চললৈ ঘূৰাই পঠিয়াব লাগে। কিন্তু সোমবাৰে কোৱা হৈছিল যে কুকুৰক আশ্ৰয় শিবিৰত ৰাখিব লাগে। সেয়ে ননীতাই গোচৰৰ জৰুৰী শুনানি বিচাৰি আবেদন দাখিল কৰে। ইয়াৰ পাছতে মুখ্য ন্যায়াধীশৰ নিৰ্দেশত ন্যায়াধীশ বিক্ৰম নাথ, ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ এন ভি আঞ্জৰিয়াক লৈ এখন বিচাৰপীঠ গঠন কৰা হয়। বৃহস্পতিবাৰে এই বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd