• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰবেট টাইগাৰ ৰিজাৰ্ভ পুনৰুদ্ধাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2025 5:19 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে ১৭ নৱেম্বৰ, সোমবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দানত উত্তৰাখণ্ড চৰকাৰক কৰবেট টাইগাৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে হোৱা পৰিৱেশগত ক্ষতি ৰোধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে। এই ব্যঘ্ৰ সংৰক্ষিত এলেকাটোত অবৈধভাৱে হাজাৰ হাজাৰ গছ কটাৰ লগতে আৰু অকৰ্তৃত্বশীল নিৰ্মাণ কৰা হৈছিল। এই বিষয়টো আদালতৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে আদালতে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

মুখ্য ন্যায়াধীশ বি. আৰ. গাভাইৰ নেতৃত্বৰ বিচাৰপীঠে নিৰ্দেশ দিছে যে, বিশেষজ্ঞ সমিতিয়ে চিনাক্ত কৰা সকলো অকৰ্তৃত্বশীল নিৰ্মাণ তিনি মাহৰ ভিতৰত ভাঙি পেলাব লাগিব। আৰু ৰাজ্যখনে কেন্দ্ৰীয় ক্ষমতাপ্ৰাপ্ত সমিতি (CEC) ৰ সৈতে আলোচনা কৰি মাত্ৰ দুমাহৰ ভিতৰত কৰবেট টাইগাৰ সংৰক্ষিত বনাঞ্চল পুনৰুদ্ধাৰৰ বিশদ পৰিকল্পনা আদালতত দাখিল কৰিব লাগিব।

Apply Now

অধিবক্তা গৌৰৱ কুমাৰ বংশালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই ৰায় দান দিয়ে। অধিবক্তা গৌৰৱ কুমাৰ বংশালে আঙুলিয়াই দিয়ে যে, সংৰক্ষিত বনাঞ্চলত প্ৰয়োজনীয় অনুমতি অবিহনে প্ৰায় ৩ হাজাৰ গছ কটা হৈছিল, যাৰ ওপৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ (CBI) অনুসন্ধান এতিয়াও অব্যাহত আছে। এই কাৰ্যই বন্যপ্ৰাণী সুৰক্ষা আইন আৰু বন (সংৰক্ষণ) আইন উলংঘা কৰিছে।

ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ে বাঘৰ মূল অঞ্চল আৰু ৰিজাৰ্ভৰ কাষৰীয়া এলেকাসমূহত অনুমোদিত কাৰ্যকলাপৰ ওপৰত নিৰ্দেশিকা জাৰি কৰি বাঘৰ জনসংখ্যা থকা সকলো ৰাজ্যসমূহক কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে।

মূল পৰামৰ্শসমূহ হ’ল-

সংৰক্ষণ পৰিকল্পনা: বাঘ সংৰক্ষণৰ বাবে বিশদ পৰিকল্পনাৰ কাঠামো প্ৰস্তুত কৰা।

পৰিচালনা: ৰিজাৰ্ভসমূহক ক্ষেত্ৰ পৰিচালকসকলৰ পৰিচালনাৰ অধীনত আনিব।

ৰিজৰ্ট পৰীক্ষা: ৰিজাৰ্ভৰ ওচৰত অৱস্থিত ৰিজৰ্টসমূহৰ অনুমোদিততা পুনৰীক্ষণ কৰা আৰু প্ৰয়োজনে স্থানান্তৰ কৰা।

শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ: এই অঞ্চলসমূহৰ চাৰিওফালে শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰা।

বৈদ্যুতিক বাহন: ছাফাৰীৰ বাবে বৈদ্যুতিক চালিত বাহনলৈ স্থানান্তৰ কৰা।

উল্লেখ্য যে উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলত অৱস্থিত কৰবেট টাইগাৰ ৰিজাৰ্ভ ভাৰতৰ সৰ্বাধিক পুৰণি আৰু বিশাল বাঘ সংৰক্ষিত অঞ্চল। ইয়াত শ শ বাঘ, হাতী আৰু চৰাইৰ বাসস্থান আছে, যিটোক পৰিবৱেশ-পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। কিন্তু বিশেষজ্ঞসকলে কয় যে, এই ব্যঘ্ৰ সংৰক্ষিত এলেকাটোত অবৈধভাৱে হাজাৰ হাজাৰ গছ কটাৰ লগতে অকৰ্তৃত্বশীল নিৰ্মাণ ফলত ইয়াৰ বনাঞ্চল আৰু নদ-নদী ক্ষতিগ্ৰস্ত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd