• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চণ্ডীগড় মেয়ৰ নিৰ্বাচনত হৰ্ছ ট্ৰেডিং! নিৰ্বাচনী বিষয়াগৰাকীক কাঠগড়াত তুলিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 20, 2024 8:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চণ্ডীগড় মেয়ৰ নিৰ্বাচনৰ ‘ৰিগিং’ক গৰিহণা দিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে অভিযুক্ত নিৰ্বাচনী বিষয়া অনিল মাছিক ধমক দি অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠখনেও নিৰ্বাচনৰ পূৰ্বে আৰু পিছত হৰ্ছ ট্ৰেডিং কৰাটোও চিন্তাৰ বিষয় বুলি কয়।

জানিব পৰা মতে, অভিযোগৰ পিছতে আদালতে নিৰ্বাচনী বিষয়াগৰাকীৰ পৰা জবাবদিহি বিচাৰিছিল। স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী ৰিটাৰ্নিং অফিচাৰক দেশৰ মুখ্য ন্যায়াধীশে জেৰা কৰিছে আৰু তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে।

উল্লেখ্য যে সোমবাৰে আপৰ তিনিজন কাউন্সিলাৰ বিজেপিত যোগদান কৰে। ইয়াৰ জৰিয়তে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত হয়। কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ষমতা কাৰ হাতলৈ যাব সেয়া স্পষ্ট হোৱা নাই।

Apply Now

লগতে পঢ়কঃ কৃষকে মানি নল’লে কেন্দ্ৰৰ এম এছ পিৰ প্ৰস্তাৱ; বুধবাৰৰ পৰা পুনৰ “দিল্লী চলো”

উচ্চতম ন্যায়ালয়ে কয় যে এতিয়াৰ বাবে পুনৰ নিৰ্বাচনৰ কোনো সম্ভাৱনা নাই। বৰঞ্চ মঙলবাৰে মেয়ৰ নিৰ্বাচনৰ সকলো বেলট পেপাৰ পুংখানুপংখভাৱে পৰীক্ষা কৰি চোৱা হ’ব। নতুন নিৰ্বাচনী বিষয়াৰ তত্বাৱধানত ভোট গণনা কৰা হ’ব।

ইয়াৰ পূৰ্বে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰিছিল, ‘মেয়ৰ নিৰ্বাচনত প্ৰিজাইডিং অফিচাৰে বেলট পেপাৰত হেতালি খেলাটো স্পষ্ট। ই এক শাস্তিযোগ্য অপৰাধ।’ লগতে কোৱা হৈছিল, ‘গণতন্ত্ৰৰ নামত প্ৰহসন। গণতন্ত্ৰক হত্যা কৰাৰ দৰে।’

যোৱা ৩০ জানুৱাৰীত চণ্ডীগড়ত অনুষ্ঠিত হৈছিল মেয়ৰ নিৰ্বাচন। কংগ্ৰেছ আৰু আপে হাত মিলাই বিজেপিক বাধা দিবলৈ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। ফলাফল অনুসৰি প্ৰথমে আগবাঢ়ি গ’ল আপ- কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুলদীপে। মুঠ ৩৬টা বৈধ ভোটৰ ভিতৰত মিত্ৰজোঁটে ২০টা লাভ কৰে।

লগতে পঢ়কঃ ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, কানহাইয়া কুমাৰকে ধৰি ১০ জন কংগ্ৰেছ নেতাক চমন জাৰি অসম আৰক্ষীৰ CID বিভাগৰ

আনহাতে বিজেপিৰ মেয়ৰ পদৰ প্ৰাৰ্থী মনোজ সোণকাৰে ১৬টা ভোট লাভ কৰে। কিন্তু পিছত সভাপতি অনিল মাছিয়ে কুলদীপৰ ৮টা ভোট অবৈধ বুলি ঘোষণা কৰে। আপ-কংগ্ৰেছ মিত্ৰজোঁটে অভিযোগ কৰে যে অনিলে নিজেই কিছুমান বেলট কলমেৰে ‘দাগ’ দিছিল। পিছত তেওঁ সেইবোৰ বাতিল কৰিছে।

চণ্ডীগড়ৰ বিজেপিৰ সাংসদ কিৰণ খেৰে মেয়ৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত ভোটদান কৰে। বিৰোধী প্ৰাৰ্থীগৰাকীৰ ৮টা ভোট বাতিল হোৱাৰ লগে লগে তেওঁৰ ভোটৰ সংখ্যা ১২টালৈ হ্ৰাস পায়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd