• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

নিজৰ পৰিয়ালক ১২৭০ কোটি টকা আৱন্টন! বিজেপিৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 11:32 am
118
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ পৰিয়ালৰ লোকক চৰকাৰী কামৰ আৱন্টন দিছে! দহ বছৰে তেওঁ নিজৰ পৰিয়ালৰ কোম্পানীক কমেও ১২৭০ কোটি টকা দিছে! এটা স্বেচ্ছাসেৱী সংগঠনে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰে। উচ্চতম ন্যায়ালয়ে সেই অভিযোগৰ চিবিআই তদন্তৰ নিৰ্দেশ দিলে। অহা দুসপ্তাহৰ ভিতৰত চিবিআইক তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

২০১৬ চনৰ পৰা অৰুণাচলত থকা বিজেপি চৰকাৰে কংগ্ৰেছৰ এদল বিধায়কক ভাঙি আনি সেই বছৰতে নিশা মুখ্যমন্ত্ৰীৰ চকীত বহিছিল পেমা খাণ্ডুৱে। তেতিয়াৰ পৰাই তেওঁ মুখ্যমন্ত্ৰীৰ চকীত বহি আছে।

Apply Now

অভিযোগ উত্থাপন হৈছে যে এই সুযোগ গ্ৰহণ কৰি ৰাজ্যত দুৰ্নীতি আৰু স্বজন-তোষণ চলি আছে। মুখ্যমন্ত্ৰীৰ আত্মীয়ই সকলো চৰকাৰী কাম পাই আছে। আনকি কেইবাটাও চুক্তি মুখ্যমন্ত্ৰীৰ পত্নীৰ বিভিন্ন কোম্পানীলৈ গৈছে। যোৱা দহ বছৰত পেমাই নিজৰ আৰু পত্নীৰ পৰিয়ালৰ কোম্পানীক কমেও ১২৭০ কোটি টকা দিয়াৰ অভিযোগ উঠিছে।

সোমবাৰে উচ্চতম ন্যায়ালয়ে এই গোচৰৰ চিবিআই তদন্তৰ নিৰ্দেশ দিয়ে। তিনিজনীয়া বিচাৰপীঠে কয় যে দুসপ্তাহৰ ভিতৰত প্ৰাথমিক তদন্ত আৰম্ভ কৰিব লাগে। ২০১৫ চনৰ পৰা ২০২৫ চনলৈ চৰকাৰী আৱন্টন দিয়া সকলোবোৰ তদন্তৰ আওতালৈ আনিব লাগে। নিবিদা, প্ৰকল্পৰ কাম কেনেকৈ কৰা হৈছিল আৰু বিত্তীয় লেনদেন কেনেকৈ কৰা হৈছিল – সকলোবোৰ তদন্ত কৰিব লাগে।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ১৬ সপ্তাহৰ ভিতৰত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিব। প্ৰসংগক্ৰমে যোৱা বছৰ এই গোচৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ পৰা সঁহাৰি বিচাৰিছিল। শীৰ্ষ ন্যায়ালয়ে গৃহ মন্ত্ৰণালয় আৰু বিত্ত মন্ত্ৰালয়লৈ জাননী প্ৰেৰণ কৰিছিল।

অভিযোগ অনুসৰি খাণ্ডুৰ পত্নী আৰু ভতিজাকৰ কোম্পানীক চৰকাৰী কাম দিয়া হৈছিল। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও পিতৃৰ দ্বিতীয় পত্নীৰ কোম্পানী দিছে। কেৱল টাৱাং জিলাতে ৩০০ টা কামৰ ভিতৰত ১৫৪ টা কাম পেমা খাণ্ডুৰ পৰিয়ালৰ সদস্যৰ কোম্পানীক দিয়া হৈছিল।

উল্লেখ্য যে অৰুণাচল প্ৰদেশত কোনো শক্তিশালী বিৰোধী নাই। অৰুণাচল প্ৰদেশ বিধানসভাও প্ৰায় বিৰোধী শূন্য। অৰুণাচল প্ৰদেশৰ চৰকাৰী অধিবক্তাই অৱশ্যে সকলো অভিযোগ খাৰিজ কৰিছে। বিজেপি চৰকাৰে দাবী কৰিছে যে যিবোৰ চুক্তি বা নিবিদা দিয়া হৈছে সেই সকলোবোৰ নিয়ম অনুসৰি কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd