• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন আয়ুক্ত নিযুক্তিত ‘এলাগী’ মুখ্য ন্যায়াধীশ! মোডী চৰকাৰৰ আইন সন্দৰ্ভত কি কৈছে উচ্চতম ন্যায়ালয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2026 6:45 am
125
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ নিৰ্বাচন আয়ুক্ত নিযুক্তি সমিতিৰ পৰা মুখ্য ন্যায়াধীশগৰাকীক অপসাৰণৰ বাবে আইন বাতিল কৰাৰ দাবী উচ্চতম ন্যায়ালয়ে মানি লোৱা নাF। উচ্চতম ন্যায়ালয়ে কয় যে সেই সময়ত উচ্চতম ন্যায়ালয়ে এটা ‘খালীস্থান’ পূৰণৰ বাবে ৰায় দিছিল। সেই আদেশে কোনো আইন সলনি কৰিব নোৱাৰে।

দ্বিতীয়তে, নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত দেশৰ মুখ্য নিৰ্বাচনী বিষয়া নিযুক্তি আইনৰ পৰিৱৰ্তন ঘটিছিল। ইয়াৰ পূৰ্বে এই পদৰ নিযুক্তিৰ বাবে তিনিজনীয়া কমিটীত প্ৰধানমন্ত্ৰীৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু লোকসভাত বিৰোধী দলৰ নেতাকো অন্তৰ্ভুক্ত কৰা হৈছিল।

Apply Now

২০২৩ চনত উচ্চতম ন্যায়ালয়ৰ ৫জন ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে এই সমিতি গঠনৰ সিদ্ধান্ত লয়। সেই সময়ত কেন্দ্ৰই সেই নিয়মৰ বিৰোধিতা কৰিছিল। যদিও উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ আপত্তি বাতিল কৰি মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তিৰ ক্ষেত্ৰত নিৰপেক্ষতাৰ স্বাৰ্থত এই আইনখন গৃহীত কৰিছিল।

কিন্তু শুনানি শেষ হোৱাৰ পিছতে নিশাৰ ভিতৰতে মোডী চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায় সলনি কৰিবলৈ অধ্যাদেশ জাৰি কৰে। কেন্দ্ৰৰ নতুন অধ্যাদেশত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰিৱৰ্তে দেশৰ গৃহমন্ত্ৰীক সদস্য কৰা হৈছিল। পিছত নৰেন্দ্ৰ মোডী চৰকাৰে সংসদত আইন প্ৰণয়ন কৰি এই সিদ্ধান্ত কাৰ্যকৰী কৰে।

সেই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছিল। সংসদত সংখ্যাগৰিষ্ঠতাৰ ক্ষমতাৰে কেন্দ্ৰই এই ধৰণে উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱজ্ঞা কৰিব নোৱাৰে বুলি দাবী কৰে বিৰোধী শিবিৰে। তদুপৰি মুখ্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ নিৰপেক্ষতা বিঘ্নিত কৰি তুলিছে। সেই গোচৰটো আদালতত দীৰ্ঘদিন ধৰি চলি আছে।

বুধবাৰে সেই গোচৰত উচ্চতম ন্যায়ালয়ে কয়, “সেই সময়ত উচ্চতম ন্যায়ালয়ে এটা শূন্যস্থান পূৰণৰ বাবে ৰায়দান দিছিল। সেই ৰায় কেতিয়াও স্থায়ী আইন হ’ব নোৱাৰে। তদুপৰি সেই ৰায়দান আইনখন গৃহীত হোৱাৰ আগতেই দিয়া হৈছিল। ফলত ৰায়দানৰ কোনো প্ৰভাৱ আইনখনৰ ওপৰত নপৰে।”

অৰ্থাৎ উচ্চতম ন্যায়ালয়ে বৰ্তমান মোডী চৰকাৰৰ আইনত হস্তক্ষেপ কৰা নাই। অৱশ্যে এই গোচৰৰ শুনানি অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd