• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এচআইআৰ প্ৰক্ৰিয়াক উচ্চতম ন্যায়ালয়ৰ সেউজ সংকেত: ভোটাৰ তালিকাৰ পৰা নাম কাটিলেই নাগৰিকত্ব হেৰুওৱা নুবুজায় বুলি জনালে ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2026 1:26 pm
99
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে এচআইআৰ প্ৰক্ৰিয়াক বৈধ আৰু সাংবিধানিক বুলি ঘোষণা কৰি ইয়াক সেউজ সংকেত দিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে বিহাৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ অৰ্থাৎ এচআইআৰ অধিসূচনাক প্ৰত্যাহ্বান জনাই দাখিল কৰা সকলো আবেদন খাৰিজ কৰি দিয়ে। শুনানীৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্বাচন আয়োগৰ এচআইআৰৰ বাবে বিশেষ প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। বিশেষ পৰিস্থিতিত বেলেগ প্ৰক্ৰিয়া গ্ৰহণ কৰাটো সংবিধান বা আইনৰ অবমাননা নহয় বুলিও আদালতে স্পষ্ট কৰে।

CJI Surya Kant: This exercise is independent in character and does not detract from the constitutional imperative of free and fair elections. It is instead an exercise traceable to Section 21(3) of the Representation of the People Act read with Article 324 of the Constitution and…

— Bar and Bench (@barandbench) May 27, 2026

আদালতে উল্লেখ কৰে যে সংবিধানৰ ৩২৪ অনুচ্ছেদ আৰু ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইন অনুসৰি নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকা পৰীক্ষা, সংশোধন আৰু সত্যপন কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব আছে। এক শক্তিশালী গণতন্ত্ৰৰ বাবে এখন স্বচ্ছ আৰু নিকা ভোটাৰ তালিকা অতি প্ৰয়োজনীয়। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ কথা স্পষ্ট কৰি দিয়ে যে ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ এইটো নহয় যে এজন ব্যক্তিয়ে নিজৰ নাগৰিকত্ব হেৰুৱাই পেলাইছে। আদালতে কয় যে যদি কোনো নাগৰিকৰ নাম ভোটাৰ তালিকাত নাই, তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ নাগৰিকত্ব প্ৰমাণ কৰাত ব্যৰ্থ হৈছে, বৰঞ্চ ই নিৰ্বাচন আয়োগৰ নাগৰিকত্ব সত্যপন কৰাৰ অসমৰ্থতাহে প্ৰদৰ্শন কৰে।

Apply Now

#WATCH | Delhi: On Supreme Court upholding ECI's decision to undertake SIR of voter rolls that started in Bihar, BJP National Spokesperson Ajay Alok says, "Supreme Court functions as per the Constitution. But there are a few "Constitution Experts" who consider their own wisdom… pic.twitter.com/FUlrPHo5p9

— ANI (@ANI) May 27, 2026

আবেদনকাৰী তথা অধিবক্তা অশ্বিনী উপাধ্যায়ে এই ৰায়দানক আদৰণি জনাই কয় যে আদালতে এচআইআৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বতন্ত্ৰ আৰু নিৰপেক্ষভাৱে পৰিচালিত হোৱা বুলি মানি লৈছে। তেওঁ জনোৱা অনুসৰি, তেওঁলোকে দাখিল কৰা জনস্বাৰ্থ জড়িত আবেদনত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নিয়মীয়াকৈ এচআইআৰ অনুষ্ঠিত কৰাৰ দাবী জনোৱা হৈছিল, যাক আদালতে গ্ৰহণ কৰিছে। আদালতে নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে যে ২০০৩ চনৰ এচআইআৰৰ সময়ত যিসকল লোকৰ নাম কৰ্তন কৰা হৈছিল, তেওঁলোকর নাগৰিকত্বৰ স্থিতি সত্যপনৰ বাবে গোচৰসমূহ উপযুক্ত ট্ৰাইবুনাললৈ প্ৰেৰণ কৰিব লাগিব। কেৱল নাম কাটি দিয়াটোৱেই এজন ব্যক্তিক বিদেশী বুলি প্ৰমাণ নকৰে।

#WATCH | Delhi: Petitioner and Advocate Ashwini Upadhyay says, "Today, the Supreme Court has delivered its verdict regarding the SIR. The Supreme Court has affirmed that the entire process of the SIR is valid. It has been stated that conducting the SIR falls within the purview of… https://t.co/1B94nBxFRv pic.twitter.com/0e2VqoaWSQ

— ANI (@ANI) May 27, 2026

আদালতে লগতে স্পষ্ট কৰে যে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা ১১ টা নথিপত্ৰ সম্পূৰ্ণ উপযুক্ত আৰু ই কোনো নিয়ম উলংঘা কৰা নাই। ধাৰ্য কৰা এই নথিপত্ৰৰ তালিকাখন বৈধ হৈ থাকিব। আধাৰ কাৰ্ডৰ সন্দৰ্ভত আদালতে কয় যে সেই সময়ত ইয়াক দ্বাদশখন স্বীকৃত নথিপত্ৰ হিচাপে গ্ৰহণ কৰাটো সঠিক আছিল। আধাৰ কাৰ্ডক বাধ্যতামূলক কৰা হোৱা নাই বা ইয়াক খাৰিজো কৰা হোৱা নাই। আগলৈ এই সন্দৰ্ভত কেনেধৰণৰ কাৰ্যপচ্ছা গ্ৰহণ কৰা হ’ব, সেইয়া নিৰ্বাচন আয়োগেই থিৰাং কৰিব। বিৰোধীয়ে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ অনা সকলো অভিযোগ আদালতে খাৰিজ কৰিছে বুলি উপাধ্যায়ে প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd