• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘পিৰিয়ড ছুটী বাধ্যতামূলক কৰিলে মহিলাসকলে চাকৰিয়েই নাপাব’, আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2026 2:58 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্মক্ষেত্ৰ বা শিক্ষানুষ্ঠানত ঋতুস্ৰাৱ বা ঋতুস্ৰাৱৰ সময়ত বাধ্যতামূলক পিৰিয়ড ছুটী প্ৰৱৰ্তনৰ দাবীত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হয়। শুকুৰবাৰে এই আবেদন খাৰিজ কৰে শীৰ্ষ আদালতে। শুকুৰবাৰে শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তে মন্তব্য কৰে যে যদি এনে আইন বাধ্যতামূলক কৰা হয় তেন্তে কৰ্মক্ষেত্ৰত মহিলাসকলৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

তেওঁৰ পৰ্যবেক্ষণত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, “যদি ঋতুস্ৰাৱৰ বাবে আইনত বাধ্যতামূলক ছুটী দিয়া হয়, তেন্তে বহু নিয়োগকৰ্তাই মহিলাক নিযুক্তিয়ে নিদিব।”

Apply Now

উচচতম ন্যায়ালয়ত অধিবক্তা শৈলেন্দ্ৰ মণি ত্ৰিপাঠীয়ে এখন আবেদন দাখিল কৰে। কৰ্মক্ষেত্ৰত কৰ্মৰত মহিলা আৰু শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছোৱালীৰ বাবে ঋতুস্ৰাৱৰ সময়ত নিৰ্দিষ্ট ছুটী প্ৰদানৰ নিয়ম প্ৰৱৰ্তন কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ তাত দাবী জনোৱা হয়।

শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ঋতুস্ৰাৱৰ সন্দৰ্ভত সজাগতা বৃদ্ধি আৰু স্বাস্থ্য সংক্ৰান্ত সুবিধা প্ৰদান কৰাটো নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। কিন্তু ইয়াক আইনী বাধ্যবাধকতা কৰাটোৱে নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

তেওঁৰ ভাষাত “ইয়াৰ ফলত কৰ্মক্ষেত্ৰত এনে ধাৰণা সৃষ্টি হ’ব পাৰে যে মহিলাসকল পুৰুষতকৈ কম সক্ষম। বহু নিয়োগকৰ্তাই তেতিয়া মহিলাক নিযুক্তি দিবই নিবিচাৰিব।”

শুনানিৰ সময়ত কেৰালাৰ উদাহৰণো উত্থাপন কৰা হৈছিল। জ্যেষ্ঠ অধিবক্তা এম আৰ ছামছাদে কয় যে ২০১৩ চনত কেৰালা চৰকাৰে ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহত ছাত্ৰীৰ বাবে ঋতুস্ৰাৱৰ ছুটী প্ৰৱৰ্তন কৰিছিল। সেই সময়ত মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে ইয়াক লিংগ সমতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছিল।

কিন্তু উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিলে যে যদি এনে সিদ্ধান্ত স্বেচ্ছামূলক হয় তেন্তে সেয়া বেলেগ বিষয়, কিন্তু যদি আইনগতভাৱে বাধ্যতামূলক কৰা হয় তেন্তে ইয়াৰ প্ৰভাৱ বেলেগ হ’ব পাৰে।

ইপিনে, চলিত বৰ্ষৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দানত কয় যে ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ছোৱালীৰ জীৱন, মৰ্যাদা, স্বাস্থ্য আৰু শিক্ষাৰ অধিকাৰৰ এক গুৰুত্বপূৰ্ণ অংগ।

ইয়াৰ পিছতে আদালতে চৰকাৰসমূহক বিদ্যালয়সমূহত বিনামূলীয়াকৈ চেনিটেৰী নেপকিন প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। পৃথক আৰু কাৰ্যক্ষম শৌচাগাৰৰ ব্যৱস্থা কৰিব লাগিব। ঋতুস্ৰাৱৰ স্বাস্থ্য সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 3, 2026 2:45 pm
‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

September 3, 2026 2:44 pm
আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

September 3, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 3, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd