• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আকৌ আহিলে জৰিমনা বিহিম! নেতাজীক লৈ সস্তীয়া জনপ্ৰিয়তা বিচৰা আৱেদনকাৰীক তীব্ৰ ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:06 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেতাজী সুভাষ চন্দ্ৰ বসুক দেশৰ ‘জাতীয় পুত্ৰ’ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে ভাৰতৰ স্বাধীনতাত আজাদ হিন্দ ফৌজৰ অৱদানক আনুষ্ঠানিক স্বীকৃতি দিয়াৰ দাবীৰে দাখিল কৰা এখন জনস্বাৰ্থ জড়িত আৱেদন সোমবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে পিনাকপাণি মহন্তি নামৰ আৱেদনকাৰীগৰাকীক কেৱল সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে ন্যায়ালয়ৰ সময় নষ্ট কৰাৰ অভিযোগত তীব্ৰ ভৰ্ৎসনা কৰে। একেখন আৱেদন পূৰ্বেও নাকচ কৰা হৈছিল বুলি উল্লেখ কৰি ন্যায়ালয়ে এই বিষয়ক লৈ ভৱিষ্যতে পুনৰ কোনো আৱেদন গ্ৰহণ নকৰিবলৈ পঞ্জীয়ন বিভাগক নিৰ্দেশ দিছে।

পিনাকপাণি মহন্তি নামৰ ব্যক্তিগৰাকীয়ে দাখিল কৰা এই আৱেদনখনত নেতাজী সুভাষ চন্দ্ৰ বসুক ‘জাতীয় পুত্ৰ’ হিচাপে ঘোষণা কৰাৰ উপৰিও ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাত আজাদ হিন্দ ফৌজৰ ভূমিকাক আনুষ্ঠানিক স্বীকৃতি দিয়াৰ দাবী জনোৱা হৈছিল। তদুপৰি, ২৩ জানুৱাৰীত থকা নেতাজীৰ জন্মবাৰ্ষিকী আৰু ২১ অক্টোবৰত থকা আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠা দিৱসক ৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰিবলৈকো আৱেদনখনত অনুৰোধ কৰা হৈছিল। কিন্তু মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই আৱেদনখনক ভিত্তিহীন আখ্যা দি স্পষ্ট কৰি দিয়ে যে এনে ঐতিহাসিক আৰু ৰাজনৈতিক বিষয়সমূহ ন্যায়িক পৰ্যালোচনাৰ পৰিসৰৰ বাহিৰত আৰু এই সন্দৰ্ভত উপযুক্ত কৰ্তৃপক্ষইহে সিদ্ধান্ত ল’ব পাৰে।

Apply Now

শুনানিৰ সময়ত আৱেদনকাৰীগৰাকীক ভৰ্ৎসনা কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে একেটা বিষয়তে পূৰ্বেও আৱেদন খাৰিজ কৰা হৈছিল আৰু এতিয়া কেৱল প্ৰচাৰ বিচৰাৰ স্বাৰ্থত পুনৰ এই আৱেদন দাখিল কৰা হৈছে। আৱেদনকাৰীয়ে এইবাৰৰ আৱেদনখন বেলেগ বুলি যুক্তি দৰ্শাবলৈ চেষ্টা কৰাত বিচাৰপীঠে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। আনকি ন্যায়ালয়ৰ পৰা শীঘ্ৰে আঁতৰি নাগলে অতিৰিক্ত জৰিমনা বিহা হ‘ব বুলিও মুখ্য ন্যায়াধীশগৰাকীয়ে কঠোৰ সকিয়নি প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়ন বিভাগকো এনে ধৰণৰ ভিত্তিহীন আৰু একেই বিষয়ৰ ওপৰত জনস্বাৰ্থ জড়িত আৱেদন ভৱিষ্যতে গ্ৰহণ নকৰিবলৈ কঠোৰ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd