• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেৱল ধন উদ্ধাৰ কৰিলে নহ’ব, ‘দাবী কৰা আৰু আদায়ৰ’ প্ৰমাণ নোহোৱালৈ দোষী সাব্যস্ত নহ’ব: উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2025 6:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ৰ ধাৰা ২০ৰ অধীনত দোষী সাব্যস্তকৰণক কেন্দ্ৰ কৰি এক গুৰুত্ব পূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ। ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে,যদি ‘দাবী’, ‘গ্ৰহণযোগ্যতা’ আৰু ‘আদায়’-ৰ সমগ্ৰ শৃংখল প্ৰমাণিত নহয়। কেৱল কলংকিত ধন উদ্ধাৰ হোৱাটোৱে দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ৰ ২০ নং ধাৰাৰ অধীনত দোষী অনুমান কৰিবলৈ যথেষ্ট নহয়। ন্যায়াধীশ পংকজ মিত্তাল আৰু আহছানুদ্দিন আমানুল্লাৰ দ্বাৰা গঠিত বিচাৰপীঠে এক গোচৰত শুনানই গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে।

আদালতে কৈছে, “কেৱল ধনৰ হাত সলনি হোৱাটোৱে স্বতঃসিদ্ধভাৱে দাবী আছিল বুলি ধৰিব নোৱাৰি। আইন অনুসৰি, এটা পূৰ্ণ শৃংখল—দাবী, গ্ৰহণ, আৰু আদায়—প্ৰমাণিত হ’ব লাগিব। যদি দাবী সন্দেহজনক হয়, আৰু বাকী দুটা উপাদান থাকিলেও, সেই শৃংখলটো সম্পূৰ্ণ নহয় বুলি উল্লেখ কৰে আদালতে।

Apply Now

অভিযোগ অনুসৰি এজন বিদ্যালয় শিক্ষকক জাতিগত প্ৰমাণপত্ৰ প্ৰেৰণৰ বাবে ১৫০০ টকা উৎকোচ দাবী কৰিছিল। আৰু কৌশলেৰে অভিযুক্তৰ পৰা ধন উদ্ধাৰ কৰা হৈছিল, কিন্তু উচ্চতম ন্যায়ালয়ে কয় যে দাবী  সন্দেহজনক হোৱাৰ বাবে গোচৰটো সম্পূৰ্ণ ৰূপে প্রমাণিত নহয়।

ঘটনাটোৰ পৰিপ্ৰেক্ষিতত জানিব পৰা গৈছে যে অভিযুক্তজনৰ পৰা ধন উদ্ধাৰ কৰা হৈছিল, কিন্তু তেওঁ দাবী কৰিছিল যে এই ধন ব্যক্তিগত ঋণ পৰিশোধৰ বাবেই আছিল। যদিও আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল, উচ্চতম ন্যায়ালয়ে অভিযোগকাৰীৰ বক্তব্য সন্দেহজনক বুলি বিবেচনা কৰি তেওঁক দোষমুক্ত কৰে।

আদালতে অৱশেষত এই সিদ্ধান্ত গ্ৰহণ কৰে যে, গোচৰটোত হস্তক্ষেপৰ বাবে কোনো যুক্তিযুক্ত আধাৰ নাই, আৰু আপীল খাৰিজ কৰি অভিযুক্তক সম্পূৰ্ণ দোষমুক্ত কৰে।

এই ৰায়ে পুনৰ একে কথা স্পষ্ট কৰিছে—উৎকোচৰ গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰিবলৈ কেৱল ধন উদ্ধাৰ কৰিলেই নহয়, বৰঞ্চ সমগ্ৰ দাবীৰ প্রমাণিক শৃংখল সম্পূৰ্ণৰূপে থাকিব হ’ব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd