• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিটা ধৰ্মৰ লোকে অনুসূচিত জাতিৰ স্বীকৃতি পাব পাৰে; ধৰ্মান্তৰিত হ’লেও নাপাব সুবিধা আৰু সুৰক্ষা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 24, 2026 5:50 pm
98
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনোবাই যদি হিন্দু, বৌদ্ধ আৰু শিখৰ পৰা অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হয় তেন্তে অনুসূচিত জাতিৰ স্বীকৃতি আৰু বৈধ নহ’ব। মঙলবাৰে এইদৰেই কয় দেশৰ উচ্চতম ন্যায়ালয়ে। আদালতে কয় যে যদি কোনোবাই হিন্দু, বৌদ্ধ বা শিখৰ পৰা খ্ৰীষ্টান বা আন কোনো ধৰ্মলৈ ধৰ্মান্তৰিত হয়, তেন্তে অনুসূচিত জাতিৰ পৰিচয় আৰু ব্যৱহাৰ কৰিব নোৱাৰিব। লগতে এনে সাংবিধানিক সুবিধা দাবী কৰিব নোৱাৰিব। কোৱা হৈছে যে অনুসূচিত জাতি আইনৰ অধীনত কেৱল হিন্দু, বৌদ্ধ আৰু শিখসকলেহে সুৰক্ষা দাবী কৰিব পাৰে।

মঙলবাৰে উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে। কোৱা হৈছে যে যদি কোনোবাই হিন্দুৰ পৰা খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত হয়, তেন্তে পূৰ্বতে লাভ কৰা অনুসূচিত জাতিৰ স্বীকৃতি আৰু বৈধ নহ’ব। সেই প্ৰমাণপত্ৰ দেখুৱাই ধৰ্মান্তৰিত ব্যক্তিজনে সাংবিধানিক সুৰক্ষা দাবী কৰিব নোৱাৰিব।

Apply Now

ইয়াৰ পূৰ্বে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়েও একে ধৰণৰ ৰায় দিছিল। আজি উচ্চ ন্যায়ালয়ৰ সেই ৰায় বাহাল থাকিল। ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ মনমোহনে কয় যে যদি কোনোবাই স্বেচ্ছাই ধৰ্ম সলনি কৰি আন ধৰ্ম গ্ৰহণ কৰে তেন্তে তেওঁৰ পূৰ্বৰ অনুসূচিত জাতি পৰিচয় আৰু বৈধ নহ’ব। অনুসূচিত জাতি বা অনুসূচিত জনজাতি আইনৰ অধীনত উপলব্ধ কোনো সুবিধা আৰু সুৰক্ষা তেওঁ নাপাব।

ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে কৈছিল যে অনুসূচিত জাতি সম্পৰ্কীয় ১৯৫০ চনৰ সাংবিধানিক বিধান কিছুমান ধৰ্মৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ স্বীকৃতিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ধৰ্মান্তৰিত হ’লেও সেই স্বীকৃতি বাতিল কৰা হয়। কাৰণ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ সময়ত সংশ্লিষ্ট ব্যক্তিজনে ধৰ্মান্তৰিত হোৱাৰ পিছত যি ধৰ্ম পালন কৰিব সেই বিষয়ে উল্লেখ কৰা হোৱা নাছিল। জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰতো সংশ্লিষ্ট ব্যক্তিৰ ধৰ্মীয় আচাৰ-ব্যৱহাৰ গুৰুত্বপূৰ্ণ।

২০২১ চনত অন্ধ্ৰ প্ৰদেশৰ এজন পাদুৰীয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আইনৰ অধীনত জাতি বৈষম্য আৰু অত্যাচাৰৰ অভিযোগ উত্থাপন কৰিছিল। অভিযোগকাৰীক প্ৰত্যাহ্বান জনাই অভিযুক্তই ওলোটা গোচৰ ৰুজু কৰে। তেওঁ কয় যে চি আনন্দ নামৰ পাদুৰীজনে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ পাদুৰী হিচাপে কামো কৰি আছে। ফলত অনুসূচিত জাতি আইনৰ অধীনত তেওঁ ন্যায় বিচাৰিব নোৱাৰে।

সেই সময়ত উচ্চ ন্যায়ালয়ে কৈছিল যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আইনখনৰ বিধানসমূহ কেৱল নিজ নিজ জাতিৰ সদস্যৰ ক্ষেত্ৰতহে প্ৰযোজ্য। সামাজিক আৰু আইনগতভাৱে সেই গোষ্ঠীটো এৰি আন ধৰ্ম গ্ৰহণ কৰাসকলৰ ক্ষেত্ৰত আৰু প্ৰযোজ্য নহ’ব। এই সকলোবোৰৰ মাজতো যদি তেওঁলোকে নিজকে অনুসূচিত জাতি/জনজাতিৰ বুলি দাবী কৰে, তেন্তে সেয়া হ’ব তেওঁলোকৰ মৰ্যাদাৰ অপমান।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd