• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘পতঞ্জলি’ৰ বিজ্ঞাপনত বিভ্ৰান্তিকৰ প্ৰচাৰ; ৰামদেৱক সোঁশৰীৰে হাজিৰ হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2024 2:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াৰ ‘পতঞ্জলি’ৰ বিৰুদ্ধে অভিযোগ উঠে। তাক লৈ আদালত অৱমাননাৰ জাননী দিয়াৰ পিছতো সেই সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে। এইবাৰ উচ্চতম ন্যায়ালয়ে যোগগুৰু ৰামদেৱক চমন জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিমা কোহলী আৰু এহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে ৰামদেৱক সোঁশৰীৰে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। পতঞ্জলিৰ পৰিচালন সঞ্চালক আচাৰ্য বালকৃষ্ণকো হাজিৰ হ’বলৈ কোৱা হৈছে।

ইয়াৰ পূৰ্বে যোৱা মাহত আদালতে তীব্ৰ ভর্ৎসনা কৰিছিল ‘পতঞ্জলি’ক। তেওঁলোকৰ সামগ্ৰী সন্দৰ্ভত আদালতত দাখিল কৰা তথ্য আৰু তেওঁলোকৰ সামগ্ৰীৰ ঔষধি কাৰ্যকাৰিতা সম্পৰ্কে দিয়া বক্তব্যৰ বাবে তেওঁলোকক তীব্ৰ ভর্ৎসনা কৰা হৈছিল। বালকৃষ্ণক জাননী প্ৰেৰণ কৰা হয় যে তেওঁলোকৰ বিৰুদ্ধে আদালত অৱমাননাৰ কোনো ব্যৱস্থা কিয় লোৱা নহ’ব। জাননী ৰামদেৱলৈও যায়।

কিন্তু তাৰ পিছতো আদালতত ‘পতঞ্জলি’ৰ কোনো শপতনামা দিয়া নহ’ল। অৱশ্যে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ পিছতে সংবাদমেল অনুষ্ঠিত কৰে। সেয়েহে আদালতত উত্তৰ কিয় দিয়া নহ’ল সেই প্ৰশ্ন উত্থাপন কৰে আদালতে।

Apply Now

লগতে পঢ়কঃ বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰি মোডীৰ নিৰ্বাচনী প্ৰচাৰ! নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ তৃণমূলৰ

ন্যায়াধীশসকলে প্ৰশ্ন কৰে, “এতিয়ালৈকে কোনো সঁহাৰি কিয় নাই? আদালতৰ পৰৱৰ্তী শুনানিত পৰিচালন সঞ্চালক উপস্থিত থাকিব লাগে।”

যোৱা ২৭ ফেব্ৰুৱাৰীত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (আই এম এ) দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ দিছিল। বিপথে পৰিচালিত বিজ্ঞাপন প্ৰচাৰৰ বাবে ‘পতঞ্জলি’ৰ বিৰুদ্ধে আই এম এয়ে গোচৰ তৰিছিল। আদালতে কয় যে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে ‘পতঞ্জলি’ আয়ুৰ্বেদে কোনো সামগ্ৰীৰ বিজ্ঞাপন দিব নোৱাৰিব। বজাৰত বিক্ৰী হোৱা কোনো ঔষধৰ বিৰুদ্ধে ‘পতঞ্জলি’য়ে কোনো মন্তব্য দিব নোৱাৰে বুলিও জনোৱা হয়।

আদালতে জাৰি কৰা জাননীখনত ৰামদেৱ আৰু বালকৃষ্ণ দুয়োজনেই ঔষধ আৰু নিৰাময় আইনৰ ৩ আৰু ৪ নং ধাৰা উলংঘা কৰা বুলি উল্লেখ কৰিছে, য’ত ঔষধৰ বিষয়ে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ ব্যৱস্থাৱলী আছে।

লগতে পঢ়কঃ বিজেপিৰ টিকট নাপাই বিদ্ৰোহ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ; আন দলৰ সৈতে চলিছে কথা!

আদালতে জানিব বিচাৰিছে যে পতঞ্জলিৰ সহ-প্ৰতিষ্ঠাপক ৰামদেৱৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। ‘পতঞ্জলি’ৰ হৈ আদালতত যুক্তি দিছিল মুকুল ৰোহাটগীয়ে। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ৰামদেৱক কিয় টানি অনা হৈছে। ইয়াৰ উত্তৰত আদালতে কয় যে প্ৰথমে তেওঁ আদালতত হাজিৰ হ’ব লাগিব। ইয়াৰ পিছত বাকী কথা দেখা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd