DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত আৰক্ষীৰ গুলীত আহত সন্দেহজনক ATM ডকাইত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2022 12:48 pm
WhatsApp-Image-2022-01-04-at-10.35.13-AM

প্ৰতিনিধিত্বমূলক ফটো।

3.2k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাৰ নয়াপাৰাত আৰক্ষীৰ গুলীত আহত হৈছে আন এজন লোক। সূত্ৰসমূহৰ মতে লোকজনক আৰক্ষীয়ে এজন এটিএম ডকাইত বুলি দাবী কৰিছে।

আৰক্ষীৰ গুলীত আহত লোকজনক গোৱাৰপাৰাৰ কৃষ্ণাইৰ মোছাদ্দিক হুছেইন বুলি চিনাক্ত কৰা হৈছে।

হুছেইনৰ বিৰুদ্ধে এটা এটিএমত ডকাইতি কাণ্ডত জড়িত বুলি অভিযোগ কৰা হৈছে।

লগতে পঢ়ক: পহিলা মাঘৰ দিনাই কোকৰাঝাৰ চহৰত বৃহৎপৰিমাণৰ মূল্যবান চোৰাং শাল কাঠ জব্দ

এটিএমত থকা চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰে। চিনাক্ত কৰাৰ পাছত আৰক্ষীয়ে তেওঁক নয়াপাৰা অঞ্চলৰ তেওঁৰ ভাৰাঘৰৰ পৰা আটক কৰে।

ইপিনে, আৰক্ষীৰ মতে ঘৰত উপস্থিত হোৱাৰ সময়ত অভিযুক্ত হুছেইনে অভিযোগ অনুসৰি আৰক্ষীৰ কবলৰ পৰা পলাবলৈ চেষ্টা কৰে।

আৰক্ষীয়ে অভিযুক্ত হুছেইনক পলায়নৰ পৰা বাধা দিবলৈ ‘নিয়ন্ত্ৰিত গুলী’ চলাবলৈ বাধ্য হয়।

লগতে পঢ়ক: শীতৰ আমেজত পৰম্পৰাগত খেল-ধেমালিৰে ভোগালীৰ উত্তাপ বঢ়ালে শিলৰবড়ী গাঁৱবাসীয়ে

এই গুলীচালনাত হুছেইন আহত হয় আৰু আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰে।

বৰ্তমান তেওঁক গোৱালপাৰাৰাৰ এখন হাস্পাতালত চিকিৎসা কৰোৱা হৈছে। 

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd