DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফা (স্বা)ৰ ত্ৰাসৰ মাজতে গুলীৰ শব্দত আতংকিত লেখাপানীৰ কঠাকাষৰণি গাঁ‌ৱৰ ৰাইজ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 24, 2018 10:29 pm
চৰাইদেউৰ গুলীচালনাৰ ঘটনাত আলফা জড়িত : আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সহায়

প্ৰতিনিধিত্বমূলক ছবি

730
VIEWS
Share on FacebookShare on Twitter

যোৱা ২২ নবেম্বৰত ডিমৌত সংঘটিত আলফা (স্বা)ৰ আই ই ডি বিস্ফোৰণত দুজনকৈ লোকে প্ৰাণ হেৰুৱাৰ পিছতে আজি নিশা তিনিচুকীয়া জিলাৰ লেখাপানীত সন্দেহযুক্ত উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে আজি নিশা প্ৰায় ৭ঃ৩০ বজাত জিলাখনৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত কঠা কাষৰণি গাঁ‌ৱৰ ৰাইজে তিনি জাঁইকৈ গুলীৰ শব্দ শুনা পায়।

ডিমৌৰ বিস্ফোৰণ, তিনিচুকীয়া জিলাৰ জাগুনত অপহৰণ আৰু সোণাৰিত দুটাকৈ অপহৰণ কাণ্ডৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আলফা স্বাধীনে সন্ত্ৰাস সৃষ্টি কৰি থকাৰ সময়তে আজিৰ এই গুলীচালনাৰ শব্দই অঞ্চলবাসীক আতংকিত কৰি তোলে।

উল্লেখযোগ্য যে যোৱা ১৯ নৱেম্বৰত জাগুনৰ শিলভঙা উদ্যোগৰ কৰ্মচাৰী অপূৰ্ব কাকতিক আলফা (স্বা)এ অপহৰণ কৰি নিয়াৰ পিছৰে পৰা অঞ্চলটোত সেনা-আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আজিও এটা সেনাৰ দলে কঠাকাষৰণি অঞ্চলৈ অভিযান চলাবলৈ গৈছিল।

সেনাৰ দলটোৰ অভিযান কালতেই গুলীৰ শব্দ শুনিবলৈ পোৱা ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰিছে বুলি গাঁৱৰ একাংশ ৰাইজে মন্তব্য কৰিছে। অৱশ্যে বাতৰি লিখা সময়লৈকে অধিক তথ্য লাভ কৰিব পৰা হোৱা নাই।

Recent News

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd