• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ চৰ্চাত নিলম্বিত এ চি এছ বিষয়া বাৰ্বী হাজৰিকা; শিক্ষকৰ দৰমহা কেলেংকাৰীত সাঙোৰ খাইছে নাম

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
June 11, 2022 12:29 pm
তদানীত্বন ভাৰপ্ৰাপ্ত শিক্ষা বিষয়া বাৰ্বি হাজৰিকা আৰু নীতি বহিৰ্ভুতভাৱে বিদ্যালয়ত অনুপস্থিত থকা শিক্ষয়িত্ৰী অৰিস্মিতা কলিতা।

তদানীত্বন ভাৰপ্ৰাপ্ত শিক্ষা বিষয়া বাৰ্বি হাজৰিকা আৰু নীতি বহিৰ্ভুতভাৱে বিদ্যালয়ত অনুপস্থিত থকা শিক্ষয়িত্ৰী অৰিস্মিতা কলিতা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ৰাজ্যচৰকাৰে তৎকালীন ভাবে নিলম্বিত কৰা বাৰ্বী হাজৰিকা কলিয়াবৰত সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত থকাৰ সময়তে বহুকেইটা কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মিছা ভূঞাপটি প্ৰাথমিক বিদ্যালয়ৰ  এগৰাকী টেট শিক্ষয়িত্ৰী ২০১৯ বৰ্ষৰ ১ আগষ্ট তাৰিখৰ পৰা বিদ্যালয়ত নীতি বহির্ভূতভাবে অনুপস্থিত থকা আৰু ছুটী মঞ্জুৰি নোহোৱাকৈ শিক্ষয়িত্ৰী গৰাকীয়ে দৰমহা আদায় লোৱা সন্দৰ্ভত সংঘটিত কেলেংকাৰীয়ে এতিয়া কঁপনি তুলিছে কলিয়াবৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ও খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয়ত।

২৪২ গৰাকী ছাত্র-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰা মিছা ভূঞাপটি প্ৰাথমিক বিদ্যালয়ৰ ৬টাকৈ শ্ৰেণীৰ বিপৰীতে আছে মুঠ ৩ গৰাকী শিক্ষয়িত্ৰী। ইয়াৰে এগৰাকী টেট শিক্ষয়িত্ৰী অৰিস্মিতা কলিতা ২০১৯ বৰ্ষৰ পহিলা আগষ্টৰ পৰা বৰ্তমানলৈকে বিদ্যালয়ত নীতিবহির্ভূতভাবে অনুপস্থিত থকাৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

কলিয়াবৰৰ তদানীন্তন সহকাৰী আয়ুক্ত তথা কলিয়াবৰ শিক্ষা খণ্ডৰ তদানীন্তন ভাৰপ্ৰাপ্ত শিক্ষা বিষয়া বাৰ্বী হাজৰিকাই স্বাক্ষৰ কৰা ১৮ জুন ২০১৯ বৰ্ষৰ এখন পত্রই পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য।

 অতিৰিক্ত উপায়ুক্ত তথা জিলা মিচন সমন্বয়কলৈ উল্লেখ কৰি লিখা এই পত্ৰখনত টেট শিক্ষয়িত্ৰী অৰিস্মিতা কলিতাৰ ছুটীৰ প্ৰস্তাৱ উল্লেখ কৰা হৈছিল। ১/৮/২০১৯ তাৰিখৰ পৰা ৪/৯/২০১৯ তাৰিখলৈকে আৰ্জিত ছুটী আৰু ৮/৯/২০১৯ তাৰিখৰ পৰা ৬/৩/২০২০ তাৰিখলৈকে প্ৰসৱকালীন ছুটীৰ প্ৰস্তাৱ দিছিল তদানীন্তন ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে।

পূৰ্বৰ ৩৫ দিনৰ আৰ্জিত ছুটী মঞ্জুৰ নোহোৱাকৈ পুনৰ আন এক কাৰণত তদানীন্তন বিষয়া গৰাকীয়ে ছুটীৰ প্ৰস্তাৱ দিয়া, পৰবৰ্তী সময়ত প্ৰস্তাৱিত ১৭৫ দিনৰ ছুটীর সময়ৰ দৰমহা ৯৮,৭৮৮ টকা টেট শিক্ষয়িত্ৰী অৰিস্মিতা কলিতাই আদায় পোৱাৰ উপৰিও দৰমহা বিল, স্কুল ডাইছত বৰ্তমানে অৰিস্মিতা কলিতাৰ নাম উল্লেখ থকা কাৰ্যৰ অন্তৰালত গভীৰ ৰহস্য লুকাই থকা বুলি কলিয়াবৰত এতিয়া চৰ্চিত হৈছে।

অৱশ্যে শেহতীয়াকৈ দায়িত্বভাৰ লোৱা বৰ্তমানৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নিলোৎজ্বল শৰ্মাই টেট শিক্ষয়িত্ৰী অৰিস্মিতা কলিতাৰ দৰমহা বন্ধ কৰি ৰখা হৈছে  বুলি সাংবাদিকক জানিব দিয়ে।

কণ কণ শিশু শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা টেট শিক্ষয়িত্ৰী অৰিস্মিতা কলিতাই এনে কি শক্তিৰ বলত শিক্ষা বিভাগক মেনেজ কৰি নীতি বহির্ভূতভাবে বিদ্যালয়ত অনুপস্থিত আছে তাৰ তদন্ত কৰি আইনগত ব্যৱস্থা লবলৈ সাহস হ’বনে ৰাজ্য চৰকাৰৰ লগতে শিক্ষা বিভাগৰ?

ৰিদীপ শৰ্মা, কলিয়াবৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd