DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ স্বচ্ছ চহৰ সমূহৰ ভিতৰত ৩০৩ নং স্থানত গুৱাহাটী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2019 1:31 pm
garbage throwing pic

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

স্বচ্ছতা বা পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিভিন্ন আঁচনিৰে লাখ-লাখ টকা ব্যয় কৰিলেও এতিয়াও দেশৰ আন চহৰৰ তুলনাত পিছ পৰি আছে অসম। ৬ মাৰ্চ অৰ্থাৎ বুধবাৰে ভাৰত চৰকাৰে স্বচ্ছ সৰ্বেক্ষণ ২০১৯ৰ আধাৰত ঘোষণা কৰা দেশৰ আটাইতকৈ স্বচ্ছ আৰু পৰিষ্কাৰ চহৰৰ তালিকাই এই কথা প্ৰমাণিত কৰে।

স্বচ্ছ চহৰ সমূহৰ এক সমীক্ষা অনুসৰি চলিত বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণত দেশৰ আগশাৰীৰ চহৰ সমূহৰ ভিতৰত গুৱাহাটীয়ে ৩০৩ নং স্থান লাভ কৰিছে।

গুৱাহাটীৰ উপৰি অসমৰ আন কেইখনমান চহৰ ক্ৰমে নগাঁৱে ৩৭০ নং, ডিব্ৰুগড়ে ৪১৫ নং আৰু শিলচৰে ৪২৩ নং স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

বিভিন্ন শিতানত নিৰ্ধাৰণ কৰা ৫ হাজাৰ পইণ্টৰ ভিতৰত অসমৰ গুৱাহাটীয়ে ১,৭৭০.২৯ পইণ্ট, নগাঁৱে ১,৪১৫.৪৭, ডিব্ৰুগড়ে ১,০৩৮.৭২ আৰু শিলচৰে ৭৩৫.২৬ পইণ্ট লাভ কৰিছে।

আনহাতে এই বাছনিত দেশৰ ভিতৰত ৪,৬৫৯ পইণ্টেৰে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে মধ্যপ্ৰদেশৰ ইণ্ডোৰ চহৰ।

পৰিস্কাৰ-পৰিচ্ছনাতাকে ধৰি জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদ্ধতি তথা চহৰ সমূহৰ জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা মতামতৰ ভিত্তিতে দেশৰ স্বচ্ছ বা পৰিষ্কাৰ চহৰ সমূহ বাছনি কৰা হৈছে।

ইফালে উত্তৰ-পূবৰ ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যা থকা চহৰৰ ভিতৰত সকলোতকৈ পৰিষ্কাৰ চহৰ হিচাপে বিবেচিত হৈছে অসমৰ শিৱসাগৰ।

উল্লেখ্য যে ২০১৯ বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণত বিভিন্ন স্থান লাভ কৰা চহৰ সমূহক ৬ মাৰ্চ অৰ্থাৎ বুধবাৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এক অনুষ্ঠানৰ জৰিয়তে পুৰস্কৃত কৰে।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd