• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাস্ক নিপিন্ধা মহিলাক কি গতি কৰিলে এটা ৰাজহাঁহে, চাওঁক হৃদয়স্পৰ্শী ভিডিঅ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 14, 2020 10:46 am

2 min read

mask
4.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছে সৃষ্টি কৰিব পৰা বিষম পৰিস্থিতিৰ বিষয়ে মুঠেও ভাবি নোচোৱা একাংশ লোকৰ বাবে এতিয়া মাস্ক খন হৈ পৰিছে আপদৰ সামগ্ৰী।

সেয়ে বহতে মাস্ক পৰিধান নকৰাকৈয়ে বজাৰ –সমাৰ কৰিছে,বাছত যাত্ৰা কৰিছে,জন সমাগমৰ মাজত ঘণ্টাৰ পিছত ঘণ্টা সময় কটাইছে।

?? pic.twitter.com/io05HI7V8X

— -VÉNOM- (@anthonysarti11) September 10, 2020

মাস্ক পৰিধান কৰিবলৈ অনীহা প্ৰকাশ কৰা এগৰাকী মহিলাক কিদৰে এটা ৰাজহাঁহে মাস্ক পিন্ধিবলৈ বাধ্য কৰোৱাইছে তাৰ এটা ভিডিঅ’ এতিয়া বিশ্বজুৰি ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টো ফ্ৰাম্সৰ যদিও মহিলা গৰাকীয়ে কৰাৰ দৰেই কাৰ্য আমাৰ দেশ তথা ৰাজ্যতো বহুতে  কৰি আহিছে।

ফলত বিপদ বাঢ়িছে নিজৰ লগতে আনৰো।

যি কি নহওক,ফ্ৰান্সৰ এই মহিলা গৰাকীয়ে তেওঁৰ মাস্ক খন মুখত পিন্ধি থকাৰ সলনি ডিঙিত ওলোমাই লৈ আছিল।

এই কথা যেন সহ্য নহ’ল কাষতে থকা এটা ৰাজহাঁহৰ।

ৰাজহাঁহটোৱে সেয়ে মহিলাগৰাকীৰ কাষলৈ আহি মহিলাগৰাকীৰ ডিঙিত ওলমি থকা মাস্ক খন ঠোঁটেৰে টানি মুখত পিন্ধাই দিছে।

এই ভিডিঅ’ এতিয়ালৈকে বিশ্বৰ ২৫.৬ নিযুত লোকে চাইছে।

ক’ৰ’ণাৰ বিষয়ে একো নজনা কৈয়ে ৰাজহাঁহটোৱে কৰা কামে মাস্ক পিন্ধিবলৈ মানুহক উৎসাহিত কৰিব বুলি বহুতে মন্তব্য কৰিছে।

Recent News

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

Coronavirus-Test-

অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd