• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজনিৰ গাহৰিৰ জ্বৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীকো সংক্ৰমিত কৰাৰ আশংকা; কাজিৰঙাত বন বিভাগৰ বৈঠক

উত্তম শইকীয়া by উত্তম শইকীয়া
May 2, 2020 10:14 am
Pig Farm

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত প্ৰাদূৰ্ভাৱ ঘটা গাহৰি জ্বৰৰ সংক্ৰমণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীকো বিপদাগ্ৰস্ত কৰিব পাৰে লগতে উজনিত ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া গাহৰিৰ মৃতদেহে নামনিৰ প্ৰাণী কুলকো সংক্ৰমিত কৰিব পাৰে বুলি ১ মে’ত কাজিৰঙাৰ কহঁৰাত অনুষ্ঠিত এখন বৈঠকত আশংকা ব্যক্ত কৰে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদবে।

আগন্তুক বানপানীৰ সন্মুখীন হ’ব পৰাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তৃপক্ষই লেৱা ব্যৱস্থাৱলী পৰ্যবেক্ষণ কৰিবলৈ কাজিৰঙালৈ অহা বিষয়া গৰাকীয়ে কাজিৰঙাত কেইবাখনো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকে ধৰি বিভিন্ন উচ্চ পদস্থ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়।

Apply Now

পৰৱৰ্তী সময়ত তেওঁ বিভিন্ন দল সংগঠন আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিৰ সৈতেও সাম্ভাৱ্য বানপানীত ল’ব পৰা ব্যৱস্থাৱলী সন্দৰ্ভত আলোচনা কৰে।

আলোচনা কালত তেওঁ নদীত উটুৱাই দিয়া স্বোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ মৃতদেহে কাজিৰঙাৰ বন্যপ্ৰাণীক সংক্ৰমিত কৰিব পৰাৰ শংকা ব্যক্ত কৰে।

এনেক্ষেত্ৰত নদীত উটি অহা গাহৰিৰ মৃতদেহ যাতে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা তাৰ কাষৰীয়া অঞ্চলত সোমাব নোৱাৰে তাৰবাবে দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বন বিষয়া সকলক নিৰ্দেশ দিয়ে।

সভাত বিষয়া গৰাকীয়ে গাহৰিৰ মৃতদেহ নদীত নেপেলাবলৈ ৰাইজক অনুৰোধ জনোৱাৰ লগতে অধিক সচেতনতা অৱলম্বন কৰিবলৈও আহ্বান জনায়।

কভিড-১৯-ৰ বিশ্ব জোৰা সংক্ৰমণৰ সময়ত বানপানী আহিলে কাজিৰঙাৰ বাবে এক পৃথক প্ৰত্যাহ্বান আহিব বুলি মত ব্যক্ত কৰি বানপানীৰ সময়ত কৰ্তব্য পালন কৰাতো বনকৰ্মী সকলৰ বাবে যথেষ্ট কঠোৰ হ’ব বুলিও যাদৱে কয়।

সেয়েহে, কভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰৰ সকলো নীতি-নিৰ্দেশনা মানি বানপানীৰ সম্পৰ্কত ল’ব পৰা ব্যৱস্থাৱলী প্ৰস্তুত কৰিবৰ বাবে তেওঁ কাজিৰঙা উদ্যান কৰ্তৃপক্ষক আহ্বান জনায়।

আনহাতে, এই সম্পৰ্কত সভাত উপস্থিত বিভিন্ন লোকে দিয়া পৰামৰ্শও বিষয়া গৰাকীয়ে গ্ৰহণ কৰে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd