• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউৰো কাপত অঘটন! ইটালীক ২-০ গ’লত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2024 12:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাৰ্মানীৰ বাৰ্লিন ষ্টেডিয়ামত শনিবাৰে ইউৰো কাপ ২০২৪ৰ অন্তিম ষোল্লৰ যুঁজত মুখামুখি হৈছিল চুইজাৰলেণ্ড বনাম ডিফেণ্ডিং চেম্পিয়ন ইটালী। এই খেলখনত চুইজাৰলেণ্ডে শক্তিশালী ইটালীক ২-০ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

এই তীব্ৰ যুঁজখনত চুইজাৰলেণ্ডৰ দলটোৱে আক্ৰমণ অব্যাহত ৰাখিছিল। এই ক্ষেত্ৰত অৱশ্যেই ভাৰ্গাছৰ কথা ক’ব লাগিব। খেলৰ আৰম্ভণিৰে পৰাই তেওঁ ইটালীৰ ৰক্ষণত উত্তেজনা সৃষ্টি কৰি থাকিল। খেলখনৰ ১২ মিনিটত ছুইজাৰলেণ্ডৰ অধিনায়ক জাকাৰ ক্ৰছ এণ্ডোয়েৰ কাষ পায়গৈ। কিন্তু অলপৰ বাবে মিছ কৰিলে।

কিন্তু ইটালীয়েও ওলোটা আক্ৰমণত চলাবলৈ চেষ্টা কৰিছিল। ফাগিঅ’লিয়ে চুইজাৰলেণ্ডৰ ৰক্ষণত কেইবাবাৰো চাপ সৃষ্টি কৰে। কিন্তু তেওঁলোকে গ’লৰ দুৱাৰ খুলিব নোৱাৰিলে। কাৰণ চুইজাৰলেণ্ডৰ প্ৰতিৰক্ষা সতৰ্ক আছিল। এই ক্ষেত্ৰত আকাঞ্জীক প্ৰশংসা কৰিবই লাগিব। কিন্তু খেলখনৰ ২৪ মিনিটত ছুইজাৰলেণ্ডৰ হৈ এম্ব’লোৱে এটা সহজ সুযোগ নষ্ট কৰে।

Apply Now

লগতে পঢ়কঃ অতীত IPL-ৰ মনোমালিন্য! বিশ্বকাপ জয়ৰ নায়ক হাৰ্দিকৰ গালত চুমা খাই সকলো দূৰত্ব মচি পেলালে ৰোহিতে

এটা সময়ত চুইজাৰলেণ্ডৰ খেলুৱৈসকলে প্ৰায় ৬৫ শতাংশ বলৰ নিয়ন্ত্ৰণ কৰিছিল। আচলতে তেওঁলোকেই খেলখনত আধিপত্য বিস্তাৰ কৰে। সেই সময়ত মিডফিল্ডৰ দখল সমগ্ৰ ছুইজাৰলেণ্ডৰ হাতত আছিল। আৰু সেই সূত্ৰে খেলৰ ৩৭ মিনিটত তেওঁলোকে অগ্ৰগতি লাভ কৰে।

ভাৰ্গাছে বাওঁফালৰ পৰা সুন্দৰ পাছটো আগবঢ়াই দিয়ে। সেই বলটোৰে ৰেমো ফ্ৰয়েলাৰে ড’নাৰুমাক পৰাস্ত কৰি গ’ল দি চুইজাৰলেণ্ডক ১-০ গ’লত অগ্ৰগতি আনি দিয়ে। প্ৰথমাৰ্ধত তেওঁলোকে এটা ডাঙৰ ফ্ৰী কিকো লয়। অৱশ্যে আৰু কোনো গ’ল নহ’ল। অৱশেষত প্ৰথমাৰ্ধ ১-০ গ’লত শেষ হয়।

দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ছুইজাৰলেণ্ডে পুনৰবাৰ ধুমুহাৰ সৃষ্টি কৰে। খেলখনৰ ৪৬ মিনিটত ৰুবেন ভাৰ্গাছৰ শক্তিশালী দীৰ্ঘ দূৰত্বৰ শ্বটটো গৈ নেটত বন্দী হয়। দৰাচলতে ভাৰ্গাছে ইটালীৰ গ’লৰক্ষকক পৰাস্ত কৰি এটা বিশ্বমানৰ গ’ল দিছিল। ইয়াৰ লগে লগে ছুইজাৰলেণ্ডে ২-০ গ’লত অগ্ৰগতি লাভ কৰে।

লগতে পঢ়কঃ বিশ্বকাপ জয়ৰ মেচতে ‘বিদায় ঘোষণা’; টী-২০ৰ পৰা অৱসৰ বিৰাট-ৰোহিতৰ

অৱশ্যে ইটালীয়েও মেচখনত প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল। কিন্তু চুইজাৰলেণ্ডৰ গ’লৰক্ষক ছমাৰ সম্পূৰ্ণ সতৰ্ক হৈ আছিল। ইয়াৰ পিছত দুয়োটা দলে কেইবাটাও সুযোগ সৃষ্টি কৰিলে যদিও কোনেও গ’ল দিব নোৱাৰিলে।

অৱশেষত ইটালীক ২-০ গ’লত পৰাস্ত কৰি ছুইজাৰলেণ্ডে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd