• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত পৰ্যটন উদ্যোগ বিকাশৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা চক্ৰ

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
December 12, 2021 7:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটা চ্যুকাফা নগৰত অৱস্থিত পাৰিজাত বিদ্যালয়ত আজি এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। “মাৰ্ঘেৰিটাত পৰ্যটন উদ্যোগ বিকাশৰ সম্ভাৱনীয়তা আৰু লব লগা পদক্ষেপ” শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত এই আলোচনা চক্ৰৰ পৌৰোহিত্য কৰে কবি মনোৰঞ্জন বৰগোঁ‌হাইয়ে।

মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ সভাপতি দেৱজিৎ বৰুৱা আঁ‌ত ধৰা এই অনুষ্ঠানত সাহিত্যক বৰুণ বৰা, কবি ড° ৰঞ্জিত দত্ত, পাৰিজাত বিদ্যালয়ৰ অধ্যক্ষা প্ৰণিতা ভূঞা, টাউন হাইস্কুল অৱসৰ প্ৰাপ্ত অধ্যক্ষ অমূল্য দত্ত, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ সহ বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থকা এই আলোচনা চক্ৰৰ মুখ্য বক্তা হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° বুধিন গগৈ।

Apply Now

উল্লেখ যে মাৰ্ঘেৰিটা মহকুমাত বহুকেইটা বাৰেবৰণীয়া ক্ষুদ্ৰ জনগোষ্ঠীৰ লগতে মাৰ্ঘেৰিটা দাঁতিকাষতে লাগি আছে জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান।

প্ৰকৃতি আৰু জনগোষ্ঠীয় দুইটা পৰ্যটনে অঞ্চলটোত পূৰ্ণ সম্ভাৱনা থকা বিষয়টো আজিৰ আলোচনা চক্ৰৰ বক্তা সকলে গুৰুত্বসকাৰে ভাষণ প্ৰসংগত উল্লেখ কৰি চৰকাৰ প্ৰশাসনৰ লগতে ব্যক্তিগত প্ৰচেষ্টাত কি দৰে পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব পৰা যায় সেই সম্পৰ্কে গুৰুত্ব সহকাৰে আলোচনা কৰা হয়।

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 2, 2026 9:06 am
মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

August 2, 2026 8:49 am
ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

August 2, 2026 7:45 am
ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 2, 2026 9:06 am
মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

August 2, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd