পুনৰ ৰাজ্যত ১০ জন লোকৰ শৰীৰত কোভিড১৯ : ৩২৯ গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
ৰাজ্যত ৩২৯ লৈ বৃদ্ধি কোভিড-১৯+ ৰোগীৰ সংখ্যা। এইবাৰ ১০ গৰাকীৰ দেহত ধৰা পৰিছে ক'ৰ'ণা ভাইৰাছৰ উপস্থিতি। আক্ৰান্ত সকলৰ ৪ গৰাকী ...
Read moreৰাজ্যত ৩২৯ লৈ বৃদ্ধি কোভিড-১৯+ ৰোগীৰ সংখ্যা। এইবাৰ ১০ গৰাকীৰ দেহত ধৰা পৰিছে ক'ৰ'ণা ভাইৰাছৰ উপস্থিতি। আক্ৰান্ত সকলৰ ৪ গৰাকী ...
Read moreগুৱাহাটীৰ তৰুণ নগৰৰ দীনেশ ওজা পথত কনটেইনমেণ্ট জ’ন ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ। আজি পুৱা প্ৰায় ১১ বজাত কামৰূপ মহানগৰ ...
Read moreআজিৰ দিনটোত অসমত ৭ গৰাকীকৈ লোকৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছৰ উপস্থিতি পোৱা গৈছে। ইয়াৰে ৬ গৰাকী হোজাইৰ আৰু এগৰাকী ধুবুৰীৰ। ...
Read moreহাইড্ৰক্সিক্লৰ’কুইনৰ ওপৰত ভাৰত চৰকাৰ আস্থা অটুট আছে। ভাৰতত স্বাস্থ্যকৰ্মীসকলৰ কৰ’নাৰ পৰা ৰক্ষা পোৱাৰ বাবে হাইড্ৰক্সিক্লৰ’কুইন ব্যৱহাৰ কৰাৰ অনুমতি আছে। এতিয়া ...
Read moreকৰ’না ভাইৰাছ মহামাৰী নিয়ন্ত্ৰণৰ বাবে বিশ্বজুৰি ভেকচিনৰ সন্ধানত ক্ষিপ্ৰ গতিত কাম চলি আছে। ইয়াৰ মাজতে য়ুনিভাৰ্ছিটি অফ অক্সফ’ৰ্ডৰ গৱেষকসকলে শুকুৰবাৰে ...
Read moreমাৰাত্মক ভাইৰাছ কৰ’নাৰ বিৰুদ্ধে জীৱন যুঁজত জয়ী হৈ ঘৰলৈ উভতিল এগৰাকী ১০০বছৰীয়া বৃদ্ধা। মধ্য প্ৰদেশৰ ইন্দোৰৰ চন্দ্ৰ বাই নামৰ শতায়ু ...
Read moreঅসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে ডিব্ৰুগড়ত চাৰিটা কুৱাৰেণ্টিন কেন্দ্ৰ পৰিদৰ্শন কৰে। ডিব্ৰুগড়ৰ এম ডি কে কানৈ কলেজ, ডি ...
Read moreআৰু তিনিগৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ফলত শুকুৰবাৰৰ দিনটোত এতিয়ালৈকে মুঠ ৪৯গৰাকী লোক ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ...
Read moreকালি গুৱাহাটীৰ ৰুক্মিনীগাঁও কন্টেনমেন্ট জ’নৰ মিতালী গগৈ দত্ত নামৰ এগৰাকী মহিলাই ফেচবুকত এটা পোষ্ট কৰিছিল। যাৰ জৰিয়তে তেওঁলোকৰ যোৱা ৫ দিনৰ অৱস্থাসমূহ দাঙি ধৰিছিল। যোৱা ১৬ তাৰিখৰ পৰা ৰূক্মিনীগাঁও কন্টেইনমেন্ট জ’ন হৈ আছে। সেই অঞ্চলৰ ৰাইজে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিয়ম মানি ভিতৰতে সোমাই আছে। কিন্তু পাঁচ দিন ধৰি সেই মানুহখিনিৰ খবৰলোৱা নাছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে। তেওঁলোকে কিবা অত্যাৱশ্যকীয় সামগ্ৰীৰ অসুবিধাত ভুগিছে নেকি, তাত থকা লোকসকলৰ কিবা পৰীক্ষা কৰোৱা হ’ব নেকি ইত্যাদি কোনো খবৰ লোৱা নাছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে। ঠিক সেইদৰে গুৱাহাটী ...
Read moreআৰু আঠগৰাকী লোক শুকুৰবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্তৰ সংখ্যা ২৩০লৈ বৃদ্ধি পাইছে। নতুনকৈ চিনাক্ত আটাইকেইগৰাকী ক’ভিড-১৯ আক্ৰান্তই ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd