ডেৰ শতাধিক দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান পাৰ্কুপ বন আঞ্চলিক বিষয়া-বনকৰ্মীৰ
কেন্দ্ৰই অহা ৩ মে' পৰ্য্যন্ত ল'কডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পিছত বাপতিসাহোন ৰঙালী বিহুৰ দিন কেইটাত দৰিদ্ৰ পৰিয়াল সমূহে যাতে খাদ্যৰ ...
Read moreকেন্দ্ৰই অহা ৩ মে' পৰ্য্যন্ত ল'কডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পিছত বাপতিসাহোন ৰঙালী বিহুৰ দিন কেইটাত দৰিদ্ৰ পৰিয়াল সমূহে যাতে খাদ্যৰ ...
Read moreক’ৰ’না ভাইৰাছৰ সংহাৰে সম্পূৰ্ণৰূপে দিশহাৰা কৰি তুলিছে ছুপাৰপাৱাৰ আমেৰিকাক। দেশখনত ক’ৰ’না সংক্ৰমণ নিয়ন্ত্ৰণৰ বাহিৰত গুছি যোৱা পৰিলক্ষিত হৈছে। যোৱা ২৪ ...
Read moreসৰ্বত্ৰে নৰ সংহাৰী ক’ৰ’নাৰ আতংক। এনে এক সময়তে উত্তৰ প্ৰদেশৰ নয়ডাত ক'ৰ'নাতংকৰ বাবে সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা। যোৱা মঙলবাৰে ...
Read moreক’ৰ’নাতংকৰ মাজতে ডিব্ৰুগড়ত স্বাস্থ্য বিভাগৰ পূৱ সংমণ্ডলৰ যুটীয়া সঞ্চালক উদয় কুমাৰ বৰুৱাক বুধবাৰে ৰাজ্য চৰকাৰে তৎকালে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা ...
Read moreস্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে অসমৰ পাঁচখন জিলাক ক’ভিড-১৯ হটস্পটৰূপে বুধবাৰে ঘোষণা কৰিছে। অসমৰ গোলাঘাট, মৰিগাওঁ, নলবাৰী, গোৱালপাৰা আৰু ধুবুৰীক ...
Read moreঅসমে ক’ভিড-১৯ৰ মোকাবিলাৰ বাবে চীনৰ পৰা নিজাববীয়াকৈ আমদানি কৰা ৫০,০০০ পিপিই কিট বুধবাৰে সন্ধিয়া গুৱাহাটীত আহি পাইছে। ক’ভিড-১৯ৰ মোকাবিলাৰ বাবে ...
Read moreচীনৰ পৰা আজি অসমলৈ আহিব ৫০ হাজাৰ পিপিই কিট্। চীনৰ ৱাংজাওৰ পৰা বিশেষ বিমান যোগে আহিব এই পিপিই কিট্। আজি ...
Read moreদুগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী অসমত বুধবাৰে সম্পূৰ্ণৰূপে সুস্থ হৈছে। জোনাব আলি (৪৬) আৰু নুৰুদ্দিন আলি (৫৫) নামৰ লোক দুজনক বুধবাৰে ...
Read moreমুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে উজনি অসমৰ দহখন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে ডিব্ৰুগড়ত বৈঠকত মিলিত হয় আৰু জিলাসমূহৰ আইন-শৃংখলা পৰিস্থিতিৰ ...
Read moreসমগ্ৰ বিশ্বৰ লগতে পাকিস্তানতো মাৰাত্মক ক’ৰ’না ভাইৰাছে নৰ সংহাৰৰূপ ধাৰণ কৰিছে। ক’ৰ’না আতংকৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ অসহায়ৰূপ ইতিমধ্যে ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd