প্ৰথম পৰ্যায়ৰ নিৰ্বাচন : ৫ গৰাকী অপৰাধজনিত গোচৰত অভিযুক্ত, ১১ গৰাকী দশম শ্ৰেণীলৈ পঢ়া প্ৰাৰ্থী
ৰাজনীতিক অপৰাধীকৰণৰ বিৰুদ্ধে সময়ে সময়ে দেশত ব্যাপক চৰ্চা চলি আহিলেও নিৰ্বাচনী ৰাজনীতিত অপৰাধীৰ অংশগ্ৰহণ ৰোধ কৰাটো সম্ভৱ হৈ উঠা নাই। ...
Read moreDetailsৰাজনীতিক অপৰাধীকৰণৰ বিৰুদ্ধে সময়ে সময়ে দেশত ব্যাপক চৰ্চা চলি আহিলেও নিৰ্বাচনী ৰাজনীতিত অপৰাধীৰ অংশগ্ৰহণ ৰোধ কৰাটো সম্ভৱ হৈ উঠা নাই। ...
Read moreDetails''কংগ্ৰেছ হৈছে শোষণকাৰীৰ দল, ভ্ৰষ্টাচাৰীৰ দল ৷ কংগ্ৰেছৰ নীতি আদৰ্শ বোলা কোনো কথা নাই ৷ সৌ সিদিনালৈ "হু ইজ বদৰুদ্দিন" ...
Read moreDetailsসোমবাৰে শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ পৰা অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লৈছিল এখন ৰ'ডশ্বোত। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ...
Read moreDetails২০১৪ চনৰ লোকসভা নিৰ্বাচনত অসমত বিজেপি এটা প্ৰধান প্ৰতিশ্ৰুতি হিচাপে আগ বঢ়োৱা ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপি চৰকাৰৰ ...
Read moreDetailsএ আই য়ু দি এফৰ নাম লৈ বিজেপি নেতাসকলে অসমৰ জনসাধাৰণৰ সন্মুখত কংগ্ৰেছক আক্ৰমণ কৰি অহাৰ সময়তে চৰ্চালৈ আহিছে এক ...
Read moreDetailsআশ্চৰ্য্যজনক। অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে আবণ্টিত ধনৰাশিৰ এক বৃহৎ অংশ জ্যেষ্ঠ বিজেপি নেতা নীতীন গাদকাৰিৰ পৰিয়ালৰ অৱসৰ যাপনত ব্যৱহৃত “চাৰ্টাৰ ...
Read moreDetailsৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত আজি বিজেপিয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তুৰ্গত ১২৪ ...
Read moreDetailsছয় জনগোষ্ঠীক জনজাতিকৰণ সমৰ্থন কৰা দলৰ প্ৰাৰ্থীক ভোট নিদিবলৈ আহ্বান জনাইছে সদৌ অসম ট্ৰাইবেল সংঘই। আজি পল্টনবজাৰস্থিত ট্ৰাইবেল ৰে’ষ্ট হাউছত ...
Read moreDetailsবিজেপি দলে আজি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত তেওঁলোক ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব বুলি স্পষ্টভাৱে উল্লেখ কৰাৰ ...
Read moreDetailsমুখ্য মন্ত্ৰী সোণোৱালকে ধৰি বিজেপি আৰু অগপৰ নেতাসকলে কংগ্ৰেছে এ আই য়ু ডি এফৰ সৈতে গোপন মিতিৰালি কৰা বুলি অভিযোগ ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd