• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব তালিবানৰ ‘বিদেশ মন্ত্ৰী’ আমিৰ মুত্তাকীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2025 1:25 pm
79
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফগানিস্তানৰ গণতান্ত্ৰিক চৰকাৰৰ পতন ঘটাই তালিবানে শাসনভাৰ নিজৰ হাতলৈ অনাৰ ৪ বছৰৰ পাছত অহা সপ্তাহত তালিবানৰ ‘বিদেশ মন্ত্ৰী’ আমিৰ খান মুত্তাকীয়ে ভাৰত ভ্ৰমণ কৰিব। দুহেজাৰ একৈশ চনৰ ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পিছৰে পৰা অত্যাৱশ্যকীয় ঔষধ আৰু কৃষিজাত সামগ্ৰীৰ অভাৱত ভোগা আফগানিস্তানৰ বাবে সাহায্য বিচাৰি এই ভ্ৰমণ কৰা হ’ব বুলি সূত্ৰই জানিবলৈ দিয়ে।

কিছুদিনৰ পৰা এই ভ্ৰমণৰ গুণাগঁথা চলি আছিল যদিও মুত্তকীৰ বিৰুদ্ধে থকা আন্তৰ্জাতিক প্ৰতিবন্ধকতাৰ বাবে এয়া সম্ভৱ হৈ উঠা নাছিল। উল্লেখ্য যে, ২০০১ চনৰ শীতকালৰ পৰা আফগানিস্তানত তালিবানে আমেৰিকা আৰু উত্তৰ আটলাণ্টিক সন্ধি সংস্থাৰ (নাটো) সেনাবাহিনীৰ বিৰুদ্ধে চলোৱা হিংসাত্মক সংগ্ৰামৰ বাবে মুত্তকীৰ লগতে আন কেইবাজনো তালিবান নেতাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। যাৰ কাৰণে ভাৰতে এই ভ্ৰমণৰ বাবে কিছু বিবেচনা কৰিবলগীয়া হৈছিল।

Apply Now

তালিবানৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক স্বাভাৱিক কৰাৰ ক্ষেত্ৰত এটা ডাঙৰ বাধা হৈছে আফগানিস্তানৰ মহিলাসকলৰ শিক্ষা আৰু নিয়োগৰ সুবিধা বন্ধ কৰাৰ ক্ষেত্ৰত সন্ত্ৰাসবাদী গোটতোৰ অনমনীয় স্থিতি। তদুপৰি তালিবানে যুদ্ধবন্দীসকলৰ সৈতে কৰা ব্যৱহাৰকে ধৰি অন্যান্য মানৱ অধিকাৰৰ বিষয়সমূহো ইয়াৰ সৈতে জড়িত হৈ আছে। জানিব পৰা মতে ৩০ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা সমিতিয়ে জাৰি কৰা “সাময়িক ৰেহাই”ৰ বাবে অৱশেষত মুত্তাকীৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনা সফল কৰি তুলিব পৰা গ’ল।

সূত্ৰই জানিবলৈ দিয়া মতে, ১০ অক্টোবৰত মুত্তাকী ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

স্মৰ্তব্য যে, ভাৰতে কাবুলত তালিবান শাসনক স্বীকৃতি প্ৰদান কৰা নাই যদিও বিগত সময়ত মুত্তাকীয়ে কেইবাজনো ভাৰতীয় বিষয়াক সাক্ষাৎ কৰিছে। জানুৱাৰী মাহত তেওঁ ডুবাইত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীক সাক্ষাৎ কৰিছিল। ইৰাণৰ চাবাহাৰ বন্দৰৰ জৰিয়তে ভাৰত-আফগানিস্তানৰ সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰাৰ সময়তো তালিবানৰ সৈতে মিশ্ৰী যোগাযোগত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd