DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰ্ত প্ৰযোজ্য! মহিলাক বিশ্ববিদ্যালয়ত অধ্যয়নৰ অনুমতি দিব তালিবান চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2021 7:58 am
WhatsApp Image 2021-09-13 at 7.24.46 AM

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

142
VIEWS
Share on FacebookShare on Twitter

আফগানিস্তানৰ মহিলাসকলক বিশ্ববিদ্যালয়ত যোৱাৰ অনুমতি দিব বুলি জানিবলৈ দিছে দেশখনৰ নতুন তালিবান চৰকাৰে।

কিন্তু তেওঁলোকে পুৰুষসকলৰ পৰা পৃথকভাৱে থাকি অধ্যয়ন কৰিব লাগিব।

দেওবাৰে তালিবান চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰী আব্দুল বাকি হাক্কানিয়ে এই কথা সদৰী কৰে।

ইয়াৰ পূৰ্বে তালিবানৰ শাসনত ১৯৯৬ৰ পৰা ২০০১চনলৈ আফগানিস্তানত নাৰীৰ অধিকাৰ বিষয়কলৈ বিভিন্ন সমালোচনাৰ সৃষ্টি হৈছিল।

যোৱা আগষ্টত পুনৰ ক্ষমতালৈ অহাৰ পাছত তালিবানসকলে দাবী কৰিছে যে তেওঁলোকৰ চৰকাৰে আপেক্ষিকভাৱে কম কঠোৰ আইন বলবৎ কৰিব।

আৰু পঢ়ক: তালিবান শাসকৰ দাবী ‘মহিলাসকলৰ কাম সন্তান জন্ম দিয়া, তেওঁলোক মন্ত্ৰী হ’ব নোৱাৰে’

দেশখনৰ শিক্ষা ব্যৱস্থাৰ বাবে নতুন চৰকাৰৰ পৰিকল্পনাৰ কথা সদৰী কৰি উচ্চ শিক্ষা মন্ত্ৰী আব্দুল বাকি হাক্কানিয়ে কয় যে নাৰী-পুৰুষ একেলগে শ্ৰেণীত বহাৰ ব্যৱস্থাৰ অৱসান ঘটিব।

হাক্কানিয়ে কয়,’’সহশিক্ষা ব্যৱস্থাৰ ইতিৰেখা টনাত আমাৰ কোনো সমস্যা নাই। দেশৰ জনসাধাৰণ যিহেতু মুছলমান তেওঁলোকে এইটো মানি ল’ব।‘’

দেশখনৰ বিশ্ববিদ্যালয়সমূহত নাৰীসকলক পঢ়ুওৱাৰ বাবে যথেষ্ট মহিলা শিক্ষক থকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই নতুন ব্যৱস্থাত কোনো অসুবিধা নহয় বুলি স্পষ্ট কৰি দিয়ে।

Recent News

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd